কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কালৰোগkal.ro`gCommon Noun
নিৰাময় কৰিব নোৱাৰা মাৰাত্মক ৰোগ
a non-curable fatal disease
- কাশীkāśīNoun
হিন্দুৰ তীৰ্থৰ ঠাই; বাৰাণসী; বানাৰস
Banaras
- কাশীপতিka.xi.po.tiProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- কাশীশka.xixProper Noun

- কাশীশ্বৰka.xi.sworProper Noun

- কাশ্মিৰী জলকীয়াkas.mi.ri jo.lo.ki.yaProper Noun
ব্যঞ্জনৰূপে খোৱা ডাঙৰ আকৃতিৰ এইবিধ জলকীয়া Solanaceae নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত৷ এইবিধ জলকীয়া আমেৰিকাত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ প্ৰায় হাজাৰ বছৰৰ পূৰ্বে আমেৰিকাৰ আৰ্দ্ৰীয় অঞ্চলবোৰত বসবাস কৰা লোকসকলে এইবিধ জলকীয়াৰ খেতি প্ৰচুৰ পৰিমাণে কৰিছিল৷ বৰ্তমান সমগ্ৰ বিশ্বতে এই জলকীয়াবিধ পোৱা যায়৷ এই জলকীয়াবিধৰ কিছুমান জাতক ব্যঞ্জনৰূপে আৰু কিছুমানক ঔষধ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷ অঞ্চল অনুসৰি এই উদ্ভিদবিধৰ নামো ভিন্ন ধৰণৰ হয়, কেৱল অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষতহে ইয়াক ’কেপছিকাম’ নামেৰে জনা যায়৷
Capsicum is a genus of plants from the nightshade family (Solanaceae) native to the Americas, where it was cultivated for thousands of years by the people of the tropical Americas, and is now cultivated worldwide. Some of the members of Capsicum are used as spices, vegetables, and medicines. The fruit of Capsicum plants have a variety of names depending on place and type, typically just capsicum in Australia and Indian English.
- কাশ্মীৰkāśmīraNoun
ভাৰতৰ উত্তৰ-পশ্চিমত থকা এখন প্ৰসিদ্ধ দেশ
Kashmir
- কাশ্যপীka.syo.piMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- কাশ্যপেয়ka.syo.pe.yoProper Noun
মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷
A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes.
- কাষkāṣaNoun
দাঁতি; পাৰ্শ্ব
the side; border
- কাষলতিkax.lo.tiMaterial Noun
The hollow space under the arm at the shoulder
- কাষ্ বিৰলাkax bi.ro.laMaterial Noun
কাষলতিৰ তলত হোৱা বিষাল খহু
a painful abscess or boil on the armpit
- কাষ্ বিৰলা, কাষ্ বিৰলিkāṣ, biralā, kāṣ, biraliNoun
কাষলতিত হোবা খহু
a painful boil in the armpit
- কাষ্ বিৰলিkax bi.ro.liMaterial Noun
কাষলতিৰ তলত হোৱা বিষাল খহু
a painful abscess or boil on the armpit
- কাষ্ঠkāṣṭhaNoun
কাঠ; কাটি পেলোবা গছ; কটা গছ
wood; timber
- কাষ্ঠ-সংস্কাৰkāṣṭha-saṃskāraNoun
কাঠ-সংস্কাৰ
cremation
- কাষ্ঠদাৰুkas.tho.da.ruCommon Noun
দেৱদাৰু, ই এবিধ আকৃতিত মেজি ঘৰটোৰ দৰে জোঙা হৈ ক্ৰমে ওপৰলৈ আগবঢ়া চিৰসেউজীয়া গছ ৷ হিমালয়ৰ উত্তৰআঞ্চল, তিব্বত আৰু নেপালত ১৫০০ মি,-৩২০০ মি, উচ্ছতাত এই গছবিধ হোৱা দেখিবলৈ পোৱা যায় ৷ ইয়াৰ পাতবোৰ বেজিৰ দৰে জোঙা ৷
Deodar or Debadaru; is a species of cedar native to the north-central Himalayas of India (Himachal Pradesh, Uttarakhand and Kashmir), Tibet and western Nepal, occurring at 1500-3200 m altitude. It is a evergreen tree. The leaves are needle-like. Reaching 40-50 m tall, with a trunk up to 3 m diameter. It has a conical crown with level branches.
- কাষ্ঠবীজkas.tho.bijMaterial Noun
এবিধ শুকান ফল৷ বাকলিখন কাঠৰ দৰে টান আৰু ভিতৰত শুকান খাব পৰা অংশ থাকে৷
a dry fruit consisting of an edible kernel or meat enclosed in a woody or leathery shell
- কাষ্ঠাkāṣṭhā
বা
- কাষ্ঠাসনMaterial Noun
কাঠেৰে নিৰ্মিত আসন
wooden furniture