← ফুৰি যাওক

কাষ্ঠা

kāṣṭhā

অৰ্থ

1.

বা

2.

নিমেষ কাল; যেনে-"পঞ্চক্ষণ মিলিলে নিষ্ঠা। তাহাৰ নাম জানিবা কাষ্ঠা" (মিশ্ৰ-গীতা)।

3.

কশ্যপ মুনিৰ ভাৰ্য্যা।

4.

সীমা; আস্হা; যেনে-"গুৰু-চৰণা কাষ্ঠা" (মণিৰাম দেবান)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কাষ্ঠা · অসমীয়া অভিধান