কাষ্ঠা
kāṣṭhā
অৰ্থ
1.
বা
2.
নিমেষ কাল; যেনে-"পঞ্চক্ষণ মিলিলে নিষ্ঠা। তাহাৰ নাম জানিবা কাষ্ঠা" (মিশ্ৰ-গীতা)।
3.
কশ্যপ মুনিৰ ভাৰ্য্যা।
4.
সীমা; আস্হা; যেনে-"গুৰু-চৰণা কাষ্ঠা" (মণিৰাম দেবান)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ