কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নৰ-লোকnara-lokaNoun
মানুহ থকা ঠাই; পৱথিবী
the earth
- নৰ-ৰূপীnara-rūpīNoun
মানুহৰ আকৱতি বা ৰূপ ধৰা
having the human form
- নৰঅশ্বno.ro.o.swoCommon Noun
গ্ৰীক লোকবিশ্বাস,উপাখ্যান মতে এবিধ মানুহৰূপী ঘোঁৰা বা ঘোঁৰাৰ আকৃতিৰ মানুহ৷ এই জীৱটোৰ শৰীৰ তলৰ ভাগটো ঘোঁৰাৰ দৰে আৰু আগ ভাগটো মানুহৰ দৰে-মানুহৰ মূৰ আৰু বাহু থাকে৷
(in Greek mythology)a creature with a man's head, arm and upper body on a horse's body and legs.
- নৰকnarakaNoun
মৱত্যুৰ পাছত পাপীক শাস্তি দিয়া ঠাই [হিন্দু- শাস্ত্ৰমতে
- নৰক-যন্ত্ৰণাNoun
নৰকত ভোগ কৰিব লগীয়া দুখ-কষ্ট; দুৰ্ঘোৰ শাস্তি
severe punishment
- নৰকনিNoun
বিষ্ঠা, মূত্ৰ আদি পেলোবা অতি অশুচি ঠাই; গেৰেকনি
a very filthy place
- নৰকান্তকno.ro.kan.tokProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নৰকাসুৰnarakāsuraNoun
বৰাহ-বিষ্ণুৰ ঔৰসত বসুমতীৰ গৰ্ভত ওপজা আৰু বিষ্ণুবে বধ কৰা কামৰূপৰ এজন ৰজা
a name of a demon king of ancient Kāmarūpa
- নৰকাসুৰ পাহাৰno.ro.ka.xur pa.harProper Noun
গুৱাহাটীত থকা অসম চিকিত্সা মহাবিদ্যালয় যিটো পাহাৰত অৱস্থিত, সেই পাহাৰৰ নাম৷
A hill in Guwahati city where Guwahati Medical College is situated
- নৰখাদকno.ro.kha.dokCommon Noun
এনে এক জন্তু যি মানুহ ভক্ষণ কৰে৷
an animal which eats human flesh
- নৰগণno.ro.gonAbstract Noun
জ্যোতিষ শাস্ত্ৰমতে নক্ষত্ৰ অনুসৰি মানৱগুণ বিশিষ্ট জাতকৰ শ্ৰেণী বিশেষ ।
a category of newborns with human qqualities as per astrological classification.
- নৰণিnaraṇiNoun
ক্ষুদ্ৰ বটালীৰ আকৱতিৰ এবিধ নখকটা অস্ত্ৰ
an instrument for paring nails
- নৰণীno.ro.niMaterial Noun
নখ কাটিবলৈ ব্যৱহাৰ কৰা এবিধ সৰু সঁজুলি|
A small instrument for cutting nails.
- নৰত্বno.ro.twoAbstract Noun
মানুহৰ থাকিব লগা গুণবোৰ ৷ সাধাৰণ অৰ্থত দয়া-মমতা বুজাবলৈ ব্যৱহাৰ হয় ৷
The quality of being humane; benevolence.
- নৰনাটno.ro.natAbstract Noun
পৃথিৱীত বাস কৰা কালত কৰা কাৰ্য্য ৷
one's activities upon the earth.
- নৰনাথnaranāthaNoun
ৰজা
a king
- নৰনাৰায়ণno.ro.na.ra.yonProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- নৰপংগৱCommon Noun
অতি পুণ্যবান, মহান বা সৎ পুৰুষ|
a person of great holiness, virtue, or benevolence.
- নৰপতিnarapatiNoun
ৰজা
a king
- নৰপালnarapālaNoun
ৰজা
a king