নৰঅশ্ব
no.ro.o.swo
অৰ্থ
1.
গ্ৰীক লোকবিশ্বাস,উপাখ্যান মতে এবিধ মানুহৰূপী ঘোঁৰা বা ঘোঁৰাৰ আকৃতিৰ মানুহ৷ এই জীৱটোৰ শৰীৰ তলৰ ভাগটো ঘোঁৰাৰ দৰে আৰু আগ ভাগটো মানুহৰ দৰে-মানুহৰ মূৰ আৰু বাহু থাকে৷
(in Greek mythology)a creature with a man's head, arm and upper body on a horse's body and legs.
জাতিবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ