কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ন্যূনীকৰণAbstract Noun
কোনো নিৰ্দ্দিষ্ট সেৱাৰ নিৰ্দ্ধাৰিত সময় হ্ৰাস কৰা
Trim or reduce the amount the time of a service etc., like power cut
- নয়naẏaNoun
নীতি; ৰাজনীতি; যেনে-"ৰাবণত অধিক তুমিসে জানা নয়। মিছাসে জিনিলা ত্ৰিভুবন সমস্তয়" (মা. ক., লঙ্কাকাণ্ড)
politics; law
- নয়নnaẏanaNoun
চকু
the eye
- নয়ন-জলno.yon-jolMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নয়নচুকnaẏanacukaNoun
এবিধ কপাহী মিহি সূতাৰ কিছু পাতল বিলাতী ধান কাপোৰ
Jaconet; cambric
- নয়নতৰাno.yon.to.raCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- নয়নধাৰাno.yon.dha.raMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নয়নমণিno.yon.mo.niCommon Noun
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
- নয়নাম্বুno.yo.nam.buMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নয়নাশ্ৰুno.yo.nas.ruMaterial Noun
কান্দোতে চকুৰ পৰা ওলোৱা এবিধ লুণীয়া জুলীয়া পদাৰ্থ ৷
a saline watery substance secreted from the eyes
- নৰnaraNoun
মানুহ
a man; a male human being
- নৰ বধno.ro bodhAbstract Noun
the killing of one human being by another
- নৰ-গণnara-gaṇaNoun
(জ্যোতিষ) জাতকৰ লক্ষণ বুজোবা এটা গণ। যেনে-"দৰা কন্যাৰ নৰ-গণ হ'লে ভাল হয়।" বিণ. নৰগণীয়া।
- নৰ-দ্বেষীnara-dbeṣīNoun
মানুহক দ্বেষ বা হিংসা কৰোঁতা
misanthropist
- নৰ-নাটnara-nāṭaNoun
মানব-লীলা; মানুহ-স্বৰূপে কৰা লীলা বা কাৰ্য্য; যেনে-"সেই দিনা গুৰু নৰ-নাটক এৰিলা" (শঙ্কৰ-চৰিত)
human existence
- নৰ-নাৰায়ণnara-nārāẏaṇaNoun
বদৰিকাশ্ৰমত তপস্যা কৰি থকা দুজনা ঋষি [এওঁলোকেই পাছত কৱষ্ণ আৰু অৰ্জ্জুন-ৰূপে জন্ম লয় বুলি কোবা হয়।]
two old sages later incarnating as Arjuna and Kṛṣṇa
- নৰ-নাৰীno.ro-na.riCommon Noun
মানৱ জাতি
The most intelligent living being on planet Earth, bipedal primates belonging to the mammalian species in the family Hominidae.
- নৰ-বধnara-badhaNoun
নৰ-হত্যা; মানুহ মৰা কাৰ্য্য
homicide
- নৰ-বলিnara-baliNoun
দেবতাৰ আগত মানুহ বলি দিয়া কাৰ্য্য
a human sacrifice
- নৰ-মনিচnara-manicaNoun
মানুহ
a human being