নয়
naẏa
অৰ্থ
1.
নীতি; ৰাজনীতি; যেনে-"ৰাবণত অধিক তুমিসে জানা নয়। মিছাসে জিনিলা ত্ৰিভুবন সমস্তয়" (মা. ক., লঙ্কাকাণ্ড)
politics; law
বি.
2.
নিচিনা; যেনে-"সীতা ভৈল সুবৰ্ণ বিৰাধ কাঠ-নয়। যেন হেমলতা কাল পৰ্ব্বতে জ্বলয়" (মা. ক., অৰণ্যকাণ্ড)
বি.
3.
মত; যেনে-"ন্যায় মীমাংসা শ্ৰুতি পুৰাণৰ বেদান্তৰ যত নয়" (মিশ্ৰ-গীতা)।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ