কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাৰকীnārakīAdjective
নৰকী; নৰকৰ যোগ্য
sinful; deserving hell
- নাৰকীয়na.ro.ki.yoProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- নাৰদী
নাৰদৰ দৰে টুটকীয়া তিৰী; টুটকী
- নাৰদীয়াna.ro.di.yaProper Adj.
আগত নথকা মানুহৰ অহিতে কথা কোৱা ।
one who talks spitefully about a person who is not present
- নাৰাজnārājaAdjective
ৰাজী নোহোবা; অসম্মত; শত্ৰু-ভাব থকা
unwilling; inimical
- নাৰীসুলভna.ri.xu.labhProper Adj.
নাৰীৰ বৈশিষ্ট্যপূৰ্ণ গুণ থকা
having womenly qualities
- নাৰ্ভাছnar.bhasProper Adj.
কোনো কথাত অস্বাভাৱিক ধৰণে বা হঠাতে অপ্ৰস্তুত হোৱা বা ভয় খোৱা
unnaturally or acutely uneasy or apprehensive
- নিঃকিনniḥkinaAdjective
অতি দুখীয়া
very poor
- নিঃচৰ্তnih.sor.toProper Adj.
কোনো পুৰ্বচৰ্ত নথকা
without conditions or limitations in an agreement
- নিঃশব্দnih.xob.doProper Adj.
মাত বা কোলাহল নথকা
absence of noise/voice
- নিঃশেষniḥśeṣaAdjective
সমস্ত; যেনে-"নিঃশেষ পাপৰ প্ৰলয়ৰ হেতু যাহাৰ পদ-স্মৰণ" (দশম)।
- নিঃসঁচnih.xo~sVerbal Adj.
বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷
to be entirely extinct by death of all in a family.
- নিঃসংগnih.xong.goProper Adj.
কোনো লগ নাইকিয়া ব্যক্তি, লগ-সংগ নোহোৱা অৱস্থা
one who has no company; an atmosphere of having no company
- নিঃসংশয়nih.xong.xoyProper Adj.
বিপদ বা ভয়ৰ সন্মুখীন হ’ব বা মোকামিলা কৰিব পৰা সামৰ্থ্য থকা
able to face and deal with danger or fear
- নিঃসঙ্কোচnih.xong.ko`sProper Adj.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোৱা
not prevented by a sense of shame
- নিঃসঙ্কোচভাৱেnih.xong.kos.bha.beVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- নিঃসঙ্কোচেnih.xong.ko`.seVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- নিঃসঙ্গniḥsaṅgaAdjective
সঙ্গহীন; অকলশৰীয়া।
- নিঃসঙ্গতাপ্ৰিয়ni.xong.go.ta.pri.yoProper Adj.
shut off or apart from the world; living in seclusion, often for religious reasons
- নিঃসজ্ঞniḥsajñaAdjective
সংজ্ঞাহীন; অচেতন।