কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপ্কপীয়াkapkapīẏāAdjective
টানকৈ লাগি ধৰা; দৱঢ়; টান; লৰচৰ হ'ব নোবৰা; যেনে-"কপ্কপীয়া বান্ধ; কপ্কপীয়া হুকুম"
tight; adhering or fitting tightly; firm
- কপৰ্দক শূণ্যko.pro.dok xu.nyoProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- কপৰ্দকশূন্যko.por.dok.xu.nyoProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- কপৰ্দকহীনProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- কফালAdjective
কফ-ধাতুৰ; কফযুক্ত
phlegmatic; subject to cold, catarrh etc
- কফুৰাAdjective
কফ-ধাতুৰ; কফযুক্ত
phlegmatic; subject to cold, catarrh etc
- কবিৰাজীAdjective Adj.
আয়ুৰ্বেদৰ বিধান অনুসৰি চলা চিকিৎসা বিদ্যা বা স্বাস্থ্য বিধি।
a system of medicine related to and prescribed by the Ayurved.
- কবুলাAdjective
স্বীকাৰ কৰা, বিশেষকৈ নভঙা বা খেতি নকৰাকৈ খালি কাগজ-পত্ৰতে বন্দবস্ত কৰা (মাটি); যেনে-কবুলা-মাটি নভঙাকৈ হাবিতে পট্টা লোবা মাটি।
- কমkamaAdjective
পৰিমাণ বা সংখ্যাত তাকৰ; ন্যূন
less; fewer
- কম পৰিমাণেওkom po.ri.ma.neo`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- কম-বেচkom-besProper Adj.
বেলেগ বেলেগ আকাৰ বা পৰিমাণ বিশিষ্ট৷
Not equal in size, amount etc
- কম-বেচিkom-be.siProper Adj.
প্ৰকৃত পৰিমাণতকৈ অলপ বেচি বা কম ৷
Imprecise quantities, but fairly close to correct.
- কম-বেছkama-bechaAdjective
অলপ কম বা বেছি; ন্যূনাধিক; প্ৰায়; হীনডেঢ়ীয়া
a bit more or less
- কম-বেছিProper Adj.
প্ৰকৃত পৰিমাণতকৈ অলপ বেচি বা কম ৷
Imprecise quantities, but fairly close to correct.
- কমনkamanaAdjective
কি ৰকম; কেনেকুবা
of what sort
- কমনিkamaniAdjective
কমোবা কাৰ্য্য
act of swimming on the surface of the water
- কমনীয়kamanīẏaAdjective
ইচ্ছাৰ যোগ্য; বাঞ্ছনীয়
desirable
- কমনীয়াAdjective
পানীত কমাই ফুৰা; কমোবা
swimming on the surface of the water
- কমপক্ষেওkom.po.khyeo`Adjective Adj.
অতি কমকৈ হ’লেও ৷
at the lowest estimate or figure.
- কমল-নয়নProper Adj.
পদুমৰ পাহিৰ দৰে শুৱনি চকু যাৰ
whose eyes are as beautiful as the petal of lotus.