← ফুৰি যাওককমkamaঅৰ্থ1.পৰিমাণ বা সংখ্যাত তাকৰ; ন্যূনless; fewerবিণ.সমাৰ্থক শব্দকম্টি · kamṭi2.অসম্পূৰ্ণ; হীন; সৰুincomplete; inferiorবিণ.সমাৰ্থক শব্দকম্টি · kamṭiউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ