কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নোৱাৰাno’.wa.raAbstract Noun
মহিলাৰ জৰায়ুৰপৰা প্ৰতিমাহে তেজ নিৰ্গত হোৱাৰ প্ৰক্ৰিয়া বা সময়।
the process or time of the flow of blood from the uterus.
- নৌ বিভাগnou bi.bhagAbstract Noun
জাহাজ আৰু চাবমেৰিন ব্যৱহাৰ কৰি সাগৰত কৰ্মৰত সেনাৰ বিভাগ
the division of the armed force that dwell in the sea using ships and submarines
- নৌ-পৰিবহনAbstract Noun
the art or science of plotting, ascertaining, or directing the course of a ship.
- নৌ-বলnou-bolAbstract Noun
জাহাজ আৰু চাবমেৰিন ব্যৱহাৰ কৰি সাগৰত কৰ্মৰত সেনাৰ বিভাগ
the division of the armed force that dwell in the sea using ships and submarines
- নৌ-সেনা দপ্তৰMaterial Noun
নৌ-বাহিনীক পৰিচালনা কৰা চৰকাৰী বিভাগৰ কাৰ্য্যালয়
the building in which it is housed.
- নৌ-সেনাপতিnau-senāpatiNoun
জলযুদ্ধৰ সৈন্যধ্যক্ষ।
- নৌকাnaukāNoun
নাও
a boat
- নৌকাবাহকnou.ka.ba.hokCommon Noun
নাও বাই নিয়া লোক, নাও-চলোৱা মানুহ ।
A person who provides transport buy boat.
- নৌকাবিলাসnau.ka.bi.laxVerbal Noun
নাও আদিৰে কৰা প্ৰমোদ ভ্ৰমন ।
The activity of using a small boat for pleasure
- নৌকাবিহাৰnou.ka.bi.harVerbal Noun
নাও আদিৰে কৰা প্ৰমোদ ভ্ৰমন ।
The activity of using a small boat for pleasure
- নৌবলnaubalaNoun
নাও বা জাহাজেৰে যুদ্ধ কৰা সেনা
naval force
- নৌবহৰnaubaharaNoun
নাও বা জাহাজৰ বন্দৰসমূহ।
- নৌবাহিনীnaubāhinīNoun
যুদ্ধ-জাহাজ-সমূহ।
- নৌসেনাnausenāNoun
নাও বা জাহাজেৰে যুদ্ধ কৰা সেনা
naval force
- নৌসেনাধ্যক্ষCommon Noun
নৌ-বাহিনীৰ সৰ্বোচ্চ পদবী
a naval officer of the highest rank
- ন্যস্তস্বাৰ্থnyos.to.xar.thoAbstract Noun
নিজৰ বা কোনো দলৰ লাভৰ বাবে বা নিজৰ সুবিধাৰ বাবে লোৱা কাৰ্য ৷
a special interest in an existing system, arrangement, or institution for particular personal reasons.
- ন্যায্যতাnya.jyo.taAbstract Noun
আইনমতে যি উচিত
the state or equality of being legal
- ন্যায্যপ্ৰাপ্তিnya.jyo.prap.tiAbstract Noun
আইনগত ভাৱে আয় বা লাভ হোৱা
the obtainment of something by law as a right
- ন্যায্যাংশnya.jyang.xoMaterial Noun
A part of earnings of a corporation that is distributed to it`s shareholders time to time.
- ন্যাসnyāsaNoun
গচ্ছিত বস্ত্ত; গচ্ছিত বস্ত্ত ৰক্ষা কৰাৰ ভাৰ
a deposit; the right of protecting the things entrusted