← ফুৰি যাওক

ন্যায্যতা

nya.jyo.ta

অৰ্থ

1.

আইনমতে যি উচিত

the state or equality of being legal

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

কোনো কথাৰ সত্যতা প্ৰতিপন্ন কৰা কাৰ্য্য

the act of justifying

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ন্যায্যতা · অসমীয়া অভিধান