কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কামৰূপীয়াkam.ru.pi.yaAbstract Noun
An dialect of Assamese spoken in the undivided Kamrup district
- কামৰেকাkam.re.kaCommon Noun
a woman who engages in sexual intercourse for money
- কাযkāyaNoun
কাজ। বিণ. কায়ুবা, কাজুবা কাৰ্য্যৰ উপযুক্ত; কামিলা
fit for work; useful
- কালkālaNoun
সময়; যেনে-"ৰাতিৰ কাল"
time
- কাল নিৰ্ঘন্টkal nir.ghontAbstract Noun
কোনো ঘটনাৰ সময় বা ঘটিবলগীয়া সময় উল্লেখ কৰা তালিকা বা আঁচনি|
any schedule or plan designating the times at or within which certain things occur or are scheduled to occur.
- কাল বেলাkal be.laAbstract Noun
জ্যোতিষ শাস্ত্ৰৰ মতে দিনৰ অশুভ বা অমংগলীয়া সময় ।
According to astrology an inauspicious time/part of the day.
- কাল সুন্দৰী সাপProper Noun
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া উভয়তে পোৱা এটা কম বিষাক্ত সাপ৷ ইয়াক সাধাৰণতে সোণালী উৰন্ত সাপ বুলি জনা যায়৷জেঠী,ভেকুলী পোক আদি ইয়াৰ প্ৰিয় খাদ্য৷ ই দেহটো নিমজ হোৱাৰ বাবে ই সহজতে এদাল গছৰ পৰা আন এদাল গছলৈ বগাই যাব পাৰে৷
a mildly venomous opisthoglyphous colubrid snake found in both South and Southeast Asia. It is commonly known as golden flying snake.
- কাল-ক্ষণkāla-kṣaṇaNoun
প্ৰতি দিনৰ কোনো একো অশুভ ভাগ; অমঙ্গলীয়া খেণ বা সময়
an inauspicious portion of the day
- কাল-গ্ৰাসkāla-grāsaNoun
মৱত্যুৰ কবল।
- কাল-বলুকাত খোজkal-bo.lu.kat kho`jProper Noun
ডঃ লক্ষ্মীনন্দন বৰাৰ দ্বাৰা ৰচিত তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ৷
An Assamese Autobiography by Dr Lakshmi Nandan Bora. Published by Nagen Sarmah, Jyoti Prakashan, Panbazar, Guwahati.
- কাল-বিকালkāla-bikālaNoun
কাল আৰু বিকাল, দুটা অসুৰৰ নাম।
- কাল-বেলাkāla-belāNoun
অশুভ সময়
a particular time of the day at which any religious act is improper
- কাল-ভৈৰবkāla-bhairabaNoun
শিবৰ অংশৰপৰা হোবা ভৈৰব বা পাৰিষদ।
- কাল-মুক্তিkāla-muktiNoun
যমৰ নিচিনা আকৱতি; ভয়ঙ্কৰ বা ভীষণ আকাৰ
an awful appearance
- কাল-মূৰ্তিkāla-mūrtiNoun
সংহাৰ-মূৰ্ত্তি।
- কাল-মূৰ্ত্তিkāla-mūrttiNoun
সংহাৰ-মূৰ্ত্তি।
- কাল-যাপনkāla-yāpanaNoun
সময় কটোবা কাৰ্য্য; জীবন-নিৰ্ব্বাহ।
- কাল-শতুৰুkāla-śaturuNoun
মহাশত্ৰু
a deadly-enemy
- কাল-শত্ৰুkāla-śatruNoun
মহাশত্ৰু
a deadly-enemy
- কাল-সংহতিkāla-saṃhatiNoun
ভবানীপুৰীয়া গোপাল আতাৰ মতে চলা মহাপুৰুষীয়া সম্প্ৰদায়
the sect of Mahåpuruṣīyās following Gopāladeva Ātā of Bhavānipur