কাল
kāla
অৰ্থ
1.
সময়; যেনে-"ৰাতিৰ কাল"
time
বি.
2.
ঋতু; যেনে-"বসন্ত কাল"
season
বি.
3.
যুগ; যেনে-"কলি-কাল"
an era or epoch
বি.
4.
দান আদি কৰাৰ উপযুক্ত সময়; যেনে-"উত্তৰায়ণ বিষুবতঃ দিন-ক্ষয় গ্ৰহণতঃ আকে কাল বুলি লোকে কয়" (মিশ্ৰ-গীতা)
fit or auspicious time
বি.
5.
আয়ুস; জীবন
life; lifetime
বি.
6.
মৱত্যু; যম
death
বি.
7.
মৱত মৰমৰ মানুহ; শত্ৰু
an enemy
বি.
8.
ঈশ্বৰৰ বিধান; যেনে-"কাল ইটো লোক সমস্তক চলাবয়" (ভাগবত
বি.
9.
য় স্কন্ধ)
বি.
10.
(পু. অ.) বিণ. ক'লা
black; blue
বি.
11.
অমঙ্গলীয়া; দুৰস্ত; ভীষণ; বিষম
inauspicious; fearful
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ