কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নেন`প্ৰযুক্তিবিজ্ঞানAbstract Noun
পদাৰ্থৰ আনৱিক বা পাৰমাণৱিক স্তৰত পৰিৱৰ্ত্তন ঘটোৱা পদ্ধতি সম্পৰ্কে কৰা অধ্যয়ন
study of manipulating matter on an atomic and molecular scale
- নেনোne.no`Proper Noun
টাটা মটৰ্চৰ দ্বাৰা নিৰ্মিত আৰু ভাৰতীয় বজাৰত উপলদ্ধ সকলোতকৈ কম দামী আৰু সৰু গাড়ী৷
produced by TATA MOTORS, this is the cheapest and smallest passenger car available in Indian market
- নেন’ne.no``Proper Noun
টাটা মটৰ্চৰ দ্বাৰা নিৰ্মিত আৰু ভাৰতীয় বজাৰত উপলদ্ধ সকলোতকৈ কম দামী আৰু সৰু গাড়ী৷
produced by TATA MOTORS, this is the cheapest and smallest passenger car available in Indian market
- নেন’প্ৰযুক্তিne.no.pro.juk.tiAbstract Noun
পদাৰ্থৰ আনৱিক বা পাৰমাণৱিক স্তৰত পৰিৱৰ্ত্তন ঘটোৱা পদ্ধতি সম্পৰ্কে কৰা অধ্যয়ন
study of manipulating matter on an atomic and molecular scale
- নেপচুনnep.sunProper Noun
সৌৰজগতৰ অষ্টম গ্ৰহ আৰু আকাৰত ইয়াৰ স্থান চতুৰ্থ ৷ নেপচুন এটা গেছীয় গ্ৰহ আৰু ইয়াতে সৌৰজগতৰ আটাইতকৈ বেছি বেগত বতাহ চলাৰ উমান পোৱা গৈছে ৷ ইয়াৰ অক্ষই কক্ষতলৰ সৈতে ২৮.৮° কোণ কৰি আছে ৷ ইয়াৰ ঋতুকাল ২০ বছৰীয়া আৰু কেৱল গ্ৰীষ্ম আৰু শীতকাল হোৱা দেখা যায় ৷ নেপচুনৰ চাৰিটা বলয় আৰু ১৩ টা উপগ্ৰহ আছে ৷ ইয়াত থকা মিথেন গেছে সূৰ্য্যৰশ্মিৰ ৰঙা ৰং শোষণ কৰাৰ বাবে নেপচুন গ্ৰহৰ বৰণ নীলা ৷
The eighth planet from the Sun and the fourth largest, with a diameter almost four times that of Earth. Neptune is a gas giant with a very active weather system, exhibiting extremely long and powerful storms with the fastest winds observed in the solar system. Neptune`s axis is tilted 28.8° from the plane of its orbit, and its summer and winter seasons each last 40 years. For a period of 20 years out of every 248, Pluto`s highly elliptical orbit crosses within that of Neptune, making Neptune the farthest planet from the Sun during that period. Neptune has four faint rings and 13 known moons and appears blue due to the absorption of red light by the methane within its atmosphere.
- নেপচুনিয়ামnep.su.ni.yamMaterial Noun
এক তেজস্কিয় মৌল৷ পাৰমাণবিক সংখ্যা ৯৩৷ প্ৰথমটো ইউৰেনিয়াম উত্তৰ মৌল৷
A chemical element with symbol Np and atomic number 93. A radioactive actinide metal, neptunium is the first transuranic element.
- নেপথাMaterial Noun
এটা জ্বলনশীল তৰল হাইড্ৰ'কাৰ্বন মিশ্ৰণ
a flammable liquid hydrocarbon mixture
- নেপথেলিনMaterial Noun
আটাইতকৈ সৰল বহুচক্ৰীয় সুগন্ধি হাইড্ৰ'কাৰ্বন
the simplest polycyclic aromatic hydrocarbon
- নেপথ্যnepathyaNoun
ভাওনাৰ সাজ-ঘৰ
green-room; the retiring room for actors
- নেপথ্য সংগীতne.po.thyo xong.gitAbstract Noun
অভিনয়ৰ লগত সংযুক্ত কিন্তু দৰ্শকে নেদেখাকৈ বজোৱা সংগীত ।
any music that is intended as unobtrusive accompaniment or a certain atmosphere to an activity or location, or accompaniment to the dialogue or action in a motion picture.
- নেপামMaterial Noun
জেলি জাতীয় পদাৰ্থ আৰু এক উদ্বাস্তু পেট্ৰ'ৰাসায়নিক পদাৰ্থৰ এক জ্বলনশীল মিশ্ৰণ
an incendiary mixture of a gelling agent and a volatile petrochemical
- নেপালne.palProper Noun
ভাৰতৰ উত্তৰ দিশে থকা এখন স্বাদীন দেশ|
An independednt country in the North of India.
- নেপালীnepālīNoun
নেপাল দেশৰ মানুহ
a native of Nepal
- নেপিড’ne.pi.do``Proper Noun
২০০৫ চনৰ পৰা ম্যানমাৰৰ নতুন ৰাজধানী৷
On 6 November 2005, the administrative capital of Burma was officially moved to a Naypyidaw, and approximately 320 km (200 mi) north of Yangon (Rangoon), the previous capital.
- নেপুৰnepuraNoun
নূপুৰ।
- নেপুৰাnepurāNoun
বাতমাছৰ সমান আৰু সেই নিচিনা ছাই-বৰণীয়া, গাৰ দুকাষে দুটা ক'লা আঁচ আৰু গাৰ বাকলিত মাজে মাজে ৰঙা দগি থকা এবিধ নৈত থকা মাছ
a kind of fresh water fish; Labeo diplostomus
- নেফ`স্ক`পMaterial Noun
ডাৱৰৰ উচ্চতা, দিশ আৰু বেগ জুখিব পৰা এটা যন্ত্ৰ
an instrument for measuring the altitude, direction and velocity of clouds
- নেফাnephāNoun
সিংখাপ বা আন বন কৰা কাপোৰৰ মেখেলা পিন্ধোতে কোঁচ খাই আৰু ঘাম লাগি বেয়া নহ'বলৈ তাৰ মূৰত জোৰাই লগাই দিয়া আন নৰম কাপোৰ
an extra piece of inferior cloth attached to the top of an embroidered female waist-cloth
- নেফা-নেফnephā-nephaNoun
টানি-আঁজুৰি বিশৱঙ্খল কৰা (চুলি আদিত); আঁকুহি- বাকুহি ভাগ ভাগ কৰা ঠাই ঠাই কৰা
disordered; parted into shreds
- নেফাফুnephāphuNoun
ধপলা-ধপল, ক'লা-সেউজীয়া পাতেৰে এবিধ সৰু গছ
a kind of medicinal plant