← ফুৰি যাওক

নেপথ্য সংগীত

ne.po.thyo xong.git

অৰ্থ

1.

অভিনয়ৰ লগত সংযুক্ত কিন্তু দৰ্শকে নেদেখাকৈ বজোৱা সংগীত ।

any music that is intended as unobtrusive accompaniment or a certain atmosphere to an activity or location, or accompaniment to the dialogue or action in a motion picture.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

নেপথ্য সংগীত · অসমীয়া অভিধান