কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কানিkāniNoun
ফটা কাপোৰ
a piece of a rag
- কানি-কাপোৰkāni-kāporaNoun
কাপোৰ-কানি।
- কানীনka.ninCommon Noun
অবৈধ সন্তান, অৰ্থাৎ অবিবাহিত মাক-দেউতাকৰ সন্তান
a person born to parents who are not married to each other; an illegitimate child
- কানীয়াkānīẏāAdjective; Noun
কানি খোবা
addicted to the use of opium
- কানুkānuNoun
কানাই; কৱষ্ণ
Kṛṣṇa
- কানুনkānunaNoun
আইন; নিয়ম; বিধি-ব্যবস্হা
law
- কানুপ্ৰিয়াka.nu.pri.yaProper Noun
কৃষ্ণৰ এজনী অতি প্ৰিয় গোপীৰ নাম৷
Radha is name of a cowherdess (a gopi) who is Krishna's supreme beloved.
- কান্তkāntaNoun
স্বামী; পতি
a husband
- কান্তাkāntāNoun
জ্যোতিষৰ মতে এটা শুব যোগ।
- কান্তাৰkāntāraNoun
দুৰ্গম বাট; কষ্টকৰ বা বিঘিনিযুক্ত বাট
a difficult or dangerous path
- কান্তিkāntiNoun
শোভা; জেউতিl দীপ্তি
beauty; splendour; light
- কান্তিভৃত্kan.ti.bhritMaterial Noun
পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km).
- কান্দনNoun
বিলাপ; চিঞৰ
crying
- কান্দনিNoun
বিলাপ; চিঞৰ
crying
- কান্দনি-কলাইkāndani-kalāiNoun
পেটত কিবা বেদনা থকাৰ কাৰণে হোবা কেঁচুবা ল'ৰাৰ কান্দি থকা ৰোগ [লোকে ইয়াকে কান্দনি-কলাই নামৰ অপদেবতাৰ পীড়া বুলি ভাবে।]
a crying disease of children supposed to be caused by an evil spirit
- কান্দুলি মাছCommon Noun
গাত সৰু সৰু বগা বাকলি থকা, চেপেটা, বুকুৰ ফালে বহল, নেজৰ ফালে চিয়াঁ এবিধ কাঁইটীয়া মাছ ইয়াৰ বিশেষ গুণ এই যে-ই বন্ধ পানীতো কণী পাৰি পোনা জগাব পাৰে; বয়সত এমুঠনমান দীঘল হয় ।
A small flat fish, wide on the chest and narrow on the tail side. It`s a bony fish and the whole body is covered with small scales. It has a continuous fin along the underside formed by a joining of the caudal and anal fin, and has a very small dorsal fin. A mature fish is generally 6-8 inch long. It`s widely spread in the south-east Asia specially in North-East India.
- কান্দুৰাkāndurāAdjective
যি কান্দি থাকে; কান্দি থকা অভ্যাসৰ
habitually crying
- কান্দোনNoun
বিলাপ; চিঞৰ
crying
- কান্ধkāndhaNoun
বা-বিচনিৰ ওপৰ অংশ; বাহু-মূল
the shoulder
- কান্ধমাৰিkandh.ma.riMaterial Noun
ধানৰ ডাঙৰি কঢ়িওৱা দুই মূৰ জোঙা এডাল সৰু ফলা বা গোটা বাঁহ ৷
A split or solid piece of bamboo with pointed ends used in carrying sheaves of paddy on the shoulder.