← ফুৰি যাওক

কান্তাৰ

kāntāra

অৰ্থ

1.

দুৰ্গম বাট; কষ্টকৰ বা বিঘিনিযুক্ত বাট

a difficult or dangerous path

বি.

2.

গভীৰ হাবি

a dense forest

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কান্তাৰ · অসমীয়া অভিধান