কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিনে-নিশাইAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিনে-পোহৰেdi.ne-po`.ho.reAdverb
দিনৰ ভাগত পোহৰ হৈ থকা অৱস্থাত
in the daylight
- দিনে-ৰাতিয়েAdverb
দিন আৰু ৰাতি দুই কালতে; সদায়; নেৰা-নেপেৰাকৈ
day and night; always; continuously
- দিনেপতিdi.ne.po.tiAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- দিশভ্রষ্ট হ্dixbhrosto hoVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- দিশা-দিশিdiśā-diśiAdverb
দিহা-দিহি।
- দিশেdiśeAdverb
পোনে; ফালে
in the direction of; towards
- দিহা দেdi.ha deVerb-Trans.
কোনো পৰিস্থিতিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰা৷
to offer opinion about what should be done in a given situation
- দিহা-দিহিdihā-dihiAdverb
নানা দিশলৈ; নানা ঠাইলৈ; সকলো ফাললৈ
in different directions or places
- দিহিঙে দিপাঙেdi.hi.nge di.pa.ngeAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.
- দিহিঙে-দিপাঙেdihiṅe-dipāṅeAdverb
অনিশ্চিত নানা দূৰ ঠাইলৈ
to various uncertain distant places
- দিৱা-ৰাত্ৰিdi.ba-ra.triAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দীক্ষা দেVerb-Trans.
ধমীয় ভাষণ দে, প্ৰেৰণাদায়ক কথা
deliver a speech about religion or religious topics.
- দীঘল কৰ্di.ghol korVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দীঘল জাঁপdi.ghol ja~pVerbal Noun
খেল-ধেমালিত দূৰত্ব অতিক্ৰম কৰিবলৈ মৰা জাঁপ ৷
a sporting event in which players try to jump as far forward as possible after running up to a line.
- দীঘলাdi.gho.laVerb-Trans.
কিহবাক আগতকৈ দীঘল কৰা৷
to make something longer.
- দীঘলেAdverb
দীঘে
in length
- দীঘে দীঘেAdverb
দীঘলে।
- দীপ্তি কৰdip.ti korVerb-Intran.
light up a place or some object
- দীৰ্ঘদিনীয়াdir.gho.di.niaVerbal Adj.
lasting or pending for a long period of time.