কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাৎক্ষণিকtat.khyo.nikAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তাৎক্ষণিকভাৱেtat.khyo.nik.bha.beAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- তাড়্tarVerb-Trans.
হেঁচি-ঠেলি বা খুন্দি জোৰেৰে সুমাই দে।
to strike or drive against with a heavy impact.
- তাৰtāra
সৰু জৰী বা শলি
a metallic wire
- তাৰ পাছতtar pa.sotAdverb
উল্লেখ কৰা সময়ৰ বা ঘটনাৰ পাছত
after the mentioned time or event
- তাৰণাta.ro.naVerbal Noun
কোনো বস্তুৰ ওপৰত প্ৰয়োগ হোৱা বল৷
The application of continuous force by one body on another that it is touching; compression
- তাৰবিtārabiTransitive verb
তাৰিবা; উদ্ধাৰ কৰিবা; যেনে-"তাৰবি লোক বিনোদ পৰকাশি" (বৰগীত)।
- তাৰোপৰিta.ro`.po.riAdverb
যি ইতিমধ্যে কোৱা হৈছে, তাতকৈও অধিক৷
apart from whatever is said
- তাৰ্tarVerb-Trans.
কোনো ব্যক্তিক বিপদজনক বা অৱৰুদ্ধ অৱস্থাৰ পৰা আঁতৰাই সুৰক্ষিত স্থানলৈ অনা
to transport somebody from a dangerous or trapped location to a safer location
- তিতি যাti.ti jaVerb-Intran.
পানী পৰ্ বা পানীত পৰি যা
to get soaked in water
- তিতি-বুৰিtiti-buriAdverb
বৰকৈ তিতি; জুৰুলি-জুপুৰি হৈ
being thoroughly drenched
- তিত্titVerb-Intran.
পানী পৰ্ বা পানীত পৰি যা
to get soaked in water
- তিন-টেলেঙনি খাtil-te.le.ngo.ni khaVerb-Intran.
এঠাইত পিছল খাই আন ঠাইত উফৰি পৰ
To fall downwards, often hitting the ground several times but usually without serious injury.
- তিন-তিলিকতেtina-tilikateAdverb
শীঘ্ৰে
quickly
- তিনিবাৰti.ni.barAdverb
দুবাৰতকৈ এবাৰ বেচি
three times
- তিনিবেলিti.ni.be.liAdverb
দুবাৰতকৈ এবাৰ বেচি
three times
- তিন্ টেলেঙনি খাtin te.le.ngo.ni khaVerb-Trans.
ঠেকা বা খুন্দা খাই আঁতৰত পৰ
to fall off at a distance after hitting something
- তিন্ৎtintIntransitive verb
তিৎ; ; যেনে- "যেনে তেনে তৈলে বস্ত্ৰ অৰ্দ্ধেক তিন্তিলা" (মা. ক., সুন্দৰাকাণ্ড)।
to be wet
- তিন্টলকতেtin.to.lo.ko.teAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- তিল তিলকৈAdverb
অলপ অলপকৈ।