কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টোপনি যাto’.po.ni jaVerb-Intran.
to take the rest afforded by a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness; cease being awake
- টোপনিয়াṭopaniẏāIntransitive verb
কলমটিয়া; টোপনিয়ে ধৰাত মূৰ দুপিয়া
to be sleepy; to drowse
- টোপাṭopāNoun
পনীয়া বস্ত্তৰ বিন্দু বা কণা; পনীয়া বস্ত্তৰ অলপমান
a drop; a small quantity of liquid
- টোপা-টোপেṭopā-ṭopeAdverb
এটোপ এটোপকৈ; এটোপাএটোপাকৈ; ধাৰে নপৰাকৈ; একেৰাহে নপৰাকৈ
in continuous drops; in successive drops
- টোপাটোপেto’.pa.to’.peAdverb
একেৰাহে টোপাল পৰি থকা ৷
in continuous drops.
- টোপালি পাৰ্to`.pa.li parVerb-Intran.
খাবলৈ পোৱাৰ আশাত মুখৰ ভিতৰত জিভা লৰাই টপ্-টপ্ শব্দ কৰ্
to move the tongue and make a sound in expectation of getting something to eat
- টোপাল্ṭopālIntransitive verb
আশা পালি থাক্
to wait in hopes
- টোপোলা-টোপোলেAdverb
বহুত টোপোলাৰে
in many packets
- টোহ্টোহাIntransitive verb
to mutter; to murmur
- টৌ টৌ কৰেAdverb
বৰ তপত বা গৰমভাবে; য়েনে-"টৌ টৌ কৰে ৰ'দে ধৰিছে"
very warmly; in a very hot manner