কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জাতে-পাঁতেjāte-pām̐teAdverb
সম্পূৰ্ণৰূপে; স্বাভাবিকতে
absolutely
- জাতেইjāteiAdverb
সম্পূৰ্ণৰূপে; সমূলি; গোটেই
altogether; totally; wholly
- জান দেjan deVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- জান নাজানকৈAdverb
without full knowledge, with limited knowhow
- জান-প্ৰাণ দিjan-pran diAdverb
দেহাৰ সৰ্বশক্তি প্ৰয়োগ কৰি।
applying hard work and all mights.
- জানতjānataVerb
জানে।
- জাননী দেja.no.ni deVerb-Trans.
ৰাজহুৱাভাৱে অৱগত কৰা ৷
To make known publicly.
- জানাজাja.na.jaVerbal Noun
মৃত ব্যক্তিৰ শৰীৰ অৰ্থাৎ মৰাশ শ্মশান বা কবৰস্থানলৈ শোভাযাত্ৰা কৰি লৈ যোৱা৷
the procession taking a dead person to a cremation ground or cemetery.
- জানি-বুজিja.ni-bu.jiAdverb
কোনো কথা জনাৰ পিচতো |
With full knowledge and deliberation.
- জানি-শুনিja.ni-xu.niAdverb
কোনো কথা জনাৰ পিচতো |
With full knowledge and deliberation.
- জানিবলৈ দেja.ni.bo.loi deVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- জানু-শিৰেjānu-śireAdverb
আঁঠু পাৰি আৰু মূৰ দোঁবাই; যেনে-"জানু- শিৰে মাধবৰ নমিলা চৰণ" (উদ্যোগ-পৰ্ব্ব)।
- জানুশিৰেja.nu.xi.reAdverb
আঁঠু পাৰি মূৰ দোঁৱাই৷
(to pray or beg by) kneeling down and bowing.
- জানে-প্ৰাণে লাগ্ja.ne-pra.ne lagVerb-Intran.
একান্তভাৱে কোনো কামত নিয়োজিত হ
To give or apply (one's time, attention, or self) entirely to a particular activity, pursuit, cause, or person
- জান্jānTransitive verb
জ্ঞাত হ; বুজ্; বুজ পা; ভু পা
to know; to understand
- জান্তি জান্তিjānti, jāntiAdverb
ঠেলি ঠেলি; যেনে-"জান্তি জান্তি ভুঞ্জয় খকুবা দ্বিজগণে" (
- জান্তেAdverb
কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
within a short period after a given event.
- জাপাjāpāTransitive verb
উচটা
to incite
- জাপি দেja.pi deVerb-Trans.
জোৰকৈ আনৰ ওপৰত বোজাই দিয়া বা মানিবলৈ বাধ্য কৰোৱা
to obtrude or thrust upon others
- জাপে-দলেjāpe-daleAdverb
জপটিয়াই; যিহকে পাই তিহকে একেলগ কৰি
taking or mixing indiscriminately