← ফুৰি যাওক

জান্

jān

অৰ্থ

1.

জ্ঞাত হ; বুজ্; বুজ পা; ভু পা

to know; to understand

সক. ধা.

2.

জান জাননী; জনোবা কাৰ্ষ্য; সম্বাদ; যেনে-"ব্ৰজত পড়িল জান কৱষ্ণেসে সবাৰো প্ৰাণ" (বৰগীত)

notice; information

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ