কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলঙ্কযুক্তko.long.ko.juk.toVerbal Adj.
দুৰ্ণাম বা কুখ্যাতি থকা
having bad reputation
- কলঙ্কিত কৰ্ko.long.ki.to korVerb-Trans.
(মান, যশ আদি) হ্ৰাস বা ক্ষতি কৰ্
disgrace or tarnish (a reputation etc)
- কলঙ্কিনীko.long.ki.niVerbal Adj.
দুৰ্ণাম বা কুখ্যাতি থকা
having bad reputation
- কলঢপ কৰ্kol.dhop kol.dhop korVerb-Intran.
মৰিবলৈ ধৰা প্ৰাণীৰ দৰে কাতি হৈ পৰি খৰকৈ উশাহ ল
to roll on the ground and gasp for breath, like an animal about to die
- কলপ কৰে, কলপ্ কলপ্Adverb
অতি শীঘ্ৰে; বেগাই; তত্ক্ষণাৎ; যেনে -"কলপ্ কৰে খাই পেলালে; কলপ্ কলপ্ গিলিছে"
quickly; rapidly
- কলপ-জলপ্কৈ কলপ-ধলপ্ কৈAdverb
অতি কষ্টেৰে
with difficulty
- কলমটিয়াkol.mo.ti.yaVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- কলমটীয়াkol.mo.ti.yaVerb-Intran.
পাতলীয়াকৈ টোপনিওৱা বা প্ৰায় টোপনি আহোঁ আহোঁ হোৱা৷
to be in a light sleep, half asleep or almost asleep.
- কলমলাkol.mo.laVerb-Intran.
choke or kill by stopping breathing, esp. by pressure, fumes, etc, produce a choking or breathlessness
- কলা-সন্মতko.la-xon.motVerbal Adj.
কলাৰ মান বিশিষ্ট অথবা নান্দনিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা
conforming to the standards of art or satisfying aesthetic requirements
- কলাই কৰ্ko.lai korVerb-Trans.
to fuse a colored glassy compound (opaque or partially opaque) to metal or glass or pottery surface for decoration or protection
- কলাঘুমটীয়াAdjective; Intransitive verb
কলাঘুমটিয়া।
- কলাত্মকko.lat.mokVerbal Adj.
কলাৰ মান বিশিষ্ট অথবা নান্দনিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা
conforming to the standards of art or satisfying aesthetic requirements
- কলানষ্টVerbal Noun
প্ৰাণী বা উদ্ভিদৰ জীৱিত কলাৰ কোষ মৰি যোৱা প্ৰক্ৰিয়া
death of cells in living animal or plant tissues
- কলাপচনVerbal Noun
প্ৰাণী বা উদ্ভিদৰ জীৱিত কলাৰ কোষ মৰি যোৱা প্ৰক্ৰিয়া
death of cells in living animal or plant tissues
- কলি ধৰ্ko.li dhorVerb-Intran.
(গছত) গুটি বা ফুল ধৰ্
to bear fruit or to blossom
- কলি পেলাko.li pe.laVerb-Intran.
(গছত) গুটি বা ফুল ধৰ্
to bear fruit or to blossom
- কলুষিত কৰ্ko.lu.xi.to korVerb-Trans.
(মান, যশ আদি) হ্ৰাস বা ক্ষতি কৰ্
disgrace or tarnish (a reputation etc)
- কল্-মলাVerb-Trans.
to undergo or feel pain or distress
- কল্কলাIntransitive verb
to lisp; to articulate as a child or bird; to murmur as running water