← ফুৰি যাওক

কলুষিত কৰ্

ko.lu.xi.to kor

অৰ্থ

1.

(মান, যশ আদি) হ্ৰাস বা ক্ষতি কৰ্

disgrace or tarnish (a reputation etc)

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

চাফ-চিকুণ নকৰা, অস্বাস্থ্যকৰ কৰা, অপবিত্ৰ কৰা

to make foul, dirty, or unclean, to pollute

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কলুষিত কৰ্ · অসমীয়া অভিধান