কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- একাদোৱাVerbal Noun
লেখাত আগৰ কথা পাচলৈ আৰু পাচৰ কথা আগলৈ নিবৰ কাৰণে `২`,`১` এইৰূপে চিন লগোৱা
marked words with figures to indicate their proper order in the writing
- একাধিকাৰAbstract Noun
a market in which there are many buyers but only one seller. Thus, the seller obtains exclusive control of a commodity or service in the market, or a control that makes possible the manipulation of prices
- একাধিপতিeka.dhi.po.tiCommon Noun
সকলো ক্ষমতা নিজৰ অধীনত ৰখা অনিৰ্বাচিত সৰ্বময় কৰ্ত্তা
Unelected omnipotent ruler who exercises absolute control
- একাধিপত্যekādhipatyaNoun
এজনে সকলোৰে ওপৰত অধিপতি বা গৰাকী হোবা অবস্হা
state of being in supreme power
- একানংশProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- একানব্বৈNoun
এক আৰু নব্বৈ; এক অধিক নব্বৈ
ninety-one
- একানীekānīNoun
ছৰতীয়া মোহৰ
the coin of one anna value
- একান্নবৈNoun
এক আৰু নব্বৈ; এক অধিক নব্বৈ
ninety-one
- একান্নব্বৈe.ka.nob.boiAbstract Noun
নব্বৈতকৈ এক বেছি৷
one more than ninety.
- একান্নেAdverb; Noun
একান্নতা; একান্নভুক্ত, একান্নবৰ্ত্তী, একান্নবৰ্তী বিণ. একে চৰুতে খোবা; একেলগে খোবা-লোবা কৰা
living in a joint family
- একান্নৈNoun
এক আৰু নব্বৈ; এক অধিক নব্বৈ
ninety-one
- একান্নৱৰ্তিতাe.kan.no.bor.ti.taAbstract Noun
দুটা ভিন্ন ধৰণৰ জীৱ বা অন্য প্ৰাকৃতিক অৱস্থাই খাদ্য আৰু অন্য ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতি সাধন নোহোৱাকৈ সহমত প্ৰকাশ কৰা ৷
a relation between two kinds of organisms (of an animal, plant, fungus, etc.) in which oneobtains food or other benefits from the other without damaging or benefiting it.
- একান্নৱৰ্তী পৰিয়ালe.kan.no.bor.ti po.ri.yalProper Noun
একেটা ঘৰতে এটাতকৈ অধিক বিবাহিত পৰিয়াল বসবাস কৰা ৷
A joint family, also known as a complex family, parents and their children's families often live under a single roof.
- একান্বয়Abstract Noun
Lacking in variety, repetativeness
- একাপekapAbstract Noun
পাঁচ চিৰা বেঁতৰ আটি৷
a bundle of split cane generally containing five pieces.
- একাবলীekābalīNoun
এঘাৰটা আখৰ থকা ছন্দ, যেনে-"বোলন্ত শুকে শুনা পৰীক্ষিত। কহিবো কৱষ্ণৰ আৰো চৰিত" (কীৰ্ত্তন)।
- একাব্দাCommon Noun
এবছৰীয়া চেউৰী
one year old cow
- একাশীতিe.ka.xi.tiAbstract Noun
আশীতকৈ এক বেছি ৷
one more than eighty; the symbol denoting 81. (৮১ in Assamese)
- একাশীতিতমe.ka.xi.ti.tomAbstract Noun
আশীতকৈ এক বেছি ৷
one more than eighty; the symbol denoting 81. (৮১ in Assamese)
- একাষাৰekāṣāraNoun
একেষাৰ; নিচেই অলপ কথা
a word