কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভালেটিমানbhāleṭimānaAdjective
বহুত
much; of a large number
- ভালৰিbhālariNoun
বন্ধুতা; মিল
friendship
- ভালৰি লগোৱাVerbal Adj.
আনে ভাল পাবলৈ কোৱা (কথা)
(something) told to please others
- ভাষাগতbha.xa.go.toProper Adj.
ভাষা বা ভাষাতত্ব সম্বন্ধীয়
related to linguistics or languages
- ভাষাতাত্বিকbha.xa.ta.twikCommon Noun
ভাষাতত্ত্ব অধ্যয়ণ কৰা বা ভাষাতত্ত্বত পাৰদৰ্শী ব্যক্তি
one who studies linguistics, an expert in linguistics
- ভাষান্তৰিতbha.xan.to.ri.toProper Adj.
যাক অনুবাদ কৰা হ’ল৷
which has been translated
- ভাষিকbha.xikProper Adj.
ভাষা বা ভাষাতত্ব সম্বন্ধীয়
related to linguistics or languages
- ভাস্কৰীbhāskarīAdjective
বিখ্যাত পণ্ডিত ভাস্কৰাচাৰ্য্যই কৰা (গীতাৰ টীকা)।
- ভাস্বতbhāsbataAdjective
দীপ্তিমান; উজ্জ্বল।
- ভাস্বৰbhāsbaraAdjective
দীপ্তিমান; উজ্জ্বল।
- ভাৰতবাসীbha.rot.ba.xiProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- ভাৰতবৰ্ষীয়bha.rot.bor.xi.yoProper Adj.
ভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইৰ থলুৱা লোক বা স্থায়ী বাসিন্দা
a native or inhabitant of any place within the territory of India
- ভাৰতীয়bha.ro.ti.yoProper Adj.
ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷
A native or inhabitant of India. Hindustani is often used as a synonym of Indian.
- ভাৰতীয় আৰক্ষী সেৱাAdjective
One of the All India Services – its officers are employed by both the Union Government and the individual states. The service commands and provides leadership to State police forces and Union territories` police forces, Central Armed Police Forces.
- ভাৰাক্ৰান্তbha.ra.kran.toProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- ভাৰীbhārīNoun
ভাৰ বোবা মানুহ; বেচ লৈ বস্ত্ত কঢ়িওবা মানুহ
a porter
- ভাৰুৱাbha.ru.waCommon Noun
A person or animal that carries something
- ভাৱঁৰী-পকীয়াbha.wo~.ri-po.ki.yaVerbal Adj.
বৰ পাক লগাই কথা কোৱা বা সঘনাই কথা সলনি কৰা
speaking indirectly or not telling straight forwardly
- ভাৱগম্ভীৰbhab.gom.bhirProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- ভাৱধৰ্মীbhab.dhor.miProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.