কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নীতি-নিৰ্দেশনাAbstract Noun
কোনো কাৰ্য্য সম্পাদন কৰাৰ নিমিত্তে নিৰ্দ্ধাৰণ কৰা নিয়মাৱলী
a principle or regulation governing conduct, action, procedure, arrangement, etc.
- নীতিবচনni.ti bo.sonAbstract Noun
কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি|
Short witty quotes in circulation for ages which are held to embody a wise general truth.
- নীতিভ্ৰংশVerbal Noun
স্বাভাৱিক আচৰণৰ পথৰ পৰা বিচ্যুত হোৱা কাৰ্য্য
the act of straying from the path of normal behaviour
- নীতিশিক্ষাAbstract Noun
সাধু, কাহিনী বা অভিজ্ঞতা আদিৰ পৰা পোৱা শিক্ষা
practical lesson contained in a fable, tale, experience, etc.
- নীপnipCommon Noun
ওখ ডাঙৰ গা গছৰে ওলোটা ওভোতাকৈ বিপৰীতমুখী ডাল ধৰা এবিধ গছ ৷ ইয়াৰ পাত ডাঙৰ আৰু দীঘল ৷ ফুলবোৰ হালধীয়া আৰু কোমল শুঙযুক্ত বল আকৃতিৰ ৷
The Kadam tree grows up to 45 m high with a trunk diameter of 100-160 cm, Leaves are 13-32 cm long. Kadam flowers are yellow in coloured and globe-like with soft sting.
- নীলnīlaNoun
মেদেলুবা গছৰ পাতৰ নিচিনা পাতেৰে বহুৰেকীয়া বাম খেতিত হোবা এবিধ ক্ষুদ্ৰ গছ [তাৰ গছ আৰু পাত পানীত গেলাই নীল ৰং তৈয়াৰ কৰে।]
the indigo plant; Indigofera tinctoria
- নীল নদীnil no.diProper Noun
আফ্ৰিকা মহাদেশৰ উত্তৰ অঞ্চলৰ নদী৷ ই পৃথিবীৰ আটাইতকৈ দীঘল নদী৷
The Nile is a major north-flowing river in northeastern Africa, generally regarded as the longest river in the world. It is 6,853 km long.
- নীল-পদুমnil-po.dumCommon Noun
নীলা পদুম ফুল ।
Blue coloured Lotus.
- নীলকণ্ঠnīlakaṇṭhaNoun
শিব [সমুদ্ৰ-মন্থনত উঠা বিহ খোবাৰ ক'লা চিন তেওঁৰ ডিঙিত আছিল বুলি কয়।]
a name of Śiva
- নীলকন্ঠnil.kon.thoProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- নীলকমলnil.ko.molCommon Noun
নীলা পদুম ফুল ।
Blue coloured Lotus.
- নীলকান্তnīlakāntaNoun
এবিধ মণি
saphire
- নীলকান্তমণিni.lo.kan.to.mo.niCommon Noun
উজ্জ্বল নীলা বৰণৰ এবিধ দুৰ্লভ বাখৰ বা মণি
a relatively rare semi-precious stone that has been prized since antiquity for its intense blue color
- নীলগিৰিnīlagiriNoun
দাক্ষিণাত্যৰ পৰ্ব্বতমালা
a mountain range in South India
- নীলগ্ৰীৱnil.gribProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- নীলত্বni.lo.twoAbstract Noun
ফৰকাল আকাশৰ বিশুদ্ধ ৰং; সূৰ্য্য ৰশ্মিৰ সেডজীয়া আৰু বেগুণীয়াৰ মাজৰ ৰং, ৪৫০ আৰু ৫০০ নেন’মিটাৰৰ ভিতৰত তৰঙ্গ দৈৰ্ঘ্য-বিশিষ্ট পোহৰৰ প্ৰভাৱ
the pure color of a clear sky; the primary color between green and violet in the visible spectrum, an effect of light with a wavelength between 450 and 500 nm.
- নীলধ্বজnīladhbajaNoun
মহাভাৰতৰ এজন ৰজাৰ নাম
name of a king mentioned in the Mahābhārata
- নীলপদ্মnīlapadmaNoun
এবিধ নীল-বৰণীয়া পদ্ম
a variety of lotus with blue flower
- নীলমni.lomMaterial Noun
এবিধ নীলা বৰণৰ উজ্বল মূল্যৱান মণি ৷ ইয়াত মূলতঃ এলুমিনিয়াম অক্সাইড (α-Al<sub>2</sub>O<sub>3</sub>) আৰু সামান্য পৰিমানে লৌহ পদাৰ্থ থাকে ৷
A bright blue colored valuable gemstone of the mineral corundum. The basic composition of the gemstone is Aluminium oxide (α-Al<sub>2</sub>O<sub>3</sub>) with trace amount of Iron.
- নীলম নদীni.lom no.diMaterial Noun
কাশ্মীৰৰ সোণমাৰ্গৰ ওচৰৰ হ্ৰদৰ পৰা ওলাই পাকিস্তানৰ মুজাফৰবাদ চহৰৰ ওচৰত ঝিলাম নদীৰ লগত মিলিছে৷
A river in the Kashmir region of India and Pakistan; it starts in the Indian city of Gurais and then merges with the Jhelum River near the Pakistani city of Muzaffarabad.