নীল
nīla
অৰ্থ
1.
মেদেলুবা গছৰ পাতৰ নিচিনা পাতেৰে বহুৰেকীয়া বাম খেতিত হোবা এবিধ ক্ষুদ্ৰ গছ [তাৰ গছ আৰু পাত পানীত গেলাই নীল ৰং তৈয়াৰ কৰে।]
the indigo plant; Indigofera tinctoria
বি.
2.
নীল-গছৰপৰা তৈয়াৰ কৰা এবিধ ক'লা উজ্জ্বল ৰং
the indigo colour
বি.
3.
ৰামৰ এজন বান্দৰ-সেনাপতি
a monkey warrior-chief of Rāma
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ