কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্বাস্থ্যকাৰকswas.thyo.ka.rokProper Adj.
যি পৰিষ্কাৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী; যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়
which is clean and good for health; something that is not harmful to health
- স্বাস্থ্যকাৰীswas.tho.ka.riProper Adj.
যি পৰিষ্কাৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী; যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়
which is clean and good for health; something that is not harmful to health
- স্বাস্থ্যকৰswas.thyo.korProper Adj.
যি পৰিষ্কাৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী; যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়
which is clean and good for health; something that is not harmful to health
- স্বাস্থ্যজনকswas.thyo.jo.nokProper Adj.
যি পৰিষ্কাৰ আৰু স্বাস্থ্যৰ বাবে উপকাৰী; যি স্বাস্থ্যৰ বাবে হানিকাৰক নহয়
which is clean and good for health; something that is not harmful to health
- স্বাস্থ্যবানswas.thyo.banProper Adj.
শৰীৰ আৰু মনৰ স্বাস্থ্য বৰ্ত্তি থকা, অৰ্থাত্ ৰোগ বা বিকাৰ মুক্ত।
Having or indicating good health in body or mind; free from infirmity or disease.
- স্বাস্থ্যহীনxwas.thyo.hinProper Adj.
শৰীৰ ভালে নথকা অৱস্থা, ৰোগৰ দ্বাৰা আক্ৰান্ত
in a state of unwell, infected by disease
- স্বাস্হ্যকাৰকAdjective
সুস্হকাৰী
wholesome; saiutary; health-promoting
- স্বাস্হ্যকাৰীAdjective
সুস্হকাৰী
wholesome; saiutary; health-promoting
- স্বাস্হ্যকৰAdjective
সুস্হকাৰী
wholesome; saiutary; health-promoting
- স্বাস্হ্যজনকAdjective
সুস্হকাৰী
wholesome; saiutary; health-promoting
- স্বায়ত্তProper Adj.
(দাসত্বত বন্দী নোহোৱা এজন ব্যক্তিয়ে) ব্যক্তিগত অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰি থকা
enjoying personal rights or liberty, as a person who is not in slavery
- স্বায়ত্ত্বswa.yot.twoProper Adj.
নিজৰ চৰকাৰ থকা বা স্বাধীনভাৱে কাম কৰাৰ অধিকাৰ থকা
Having self government or free to act independently
- স্বায়ত্ত্ব-শাসিতsa.yot.to-xa.xi.toProper Adj.
নিজৰ চৰকাৰ থকা বা স্বাধীনভাৱে কাম কৰাৰ অধিকাৰ থকা
Having self government or free to act independently
- স্বায়ত্ব-শাসিতswa.yot.to-xa.xi.toProper Adj.
নিজৰ চৰকাৰ থকা বা স্বাধীনভাৱে কাম কৰাৰ অধিকাৰ থকা
Having self government or free to act independently
- স্বাৰ্থপৰsbārthaparaAdjective
নিজৰ লাভলৈ মাথোন বাঞ্ছা কৰা; আপোন প্ৰয়োজন সিদ্ধিত তৎপৰ; নিজৰ হিত লৈ ৰত; আপোন-পেটা
selfish
- স্বাৰ্থপৰায়ণsbārthaparāẏaṇaAdjective
নিজৰ লাভলৈ মাথোন বাঞ্ছা কৰা; আপোন প্ৰয়োজন সিদ্ধিত তৎপৰ; নিজৰ হিত লৈ ৰত; আপোন-পেটা
selfish
- স্বাৰ্থশূন্যswar.tho.xu.nyoProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- স্বাৰ্থহীনswar.tho.hinProper Adj.
ফললৈ ইচ্ছা নকৰা, আকাংক্ষা নথকা
disinterested, having no interest in reward or outcome
- স্বাৰ্থান্ধsbārthāndhaAdjective
স্বাৰ্থপৰ; যি আনৰ ভাললৈ নাচাই কেবল নিজৰ উদ্দেশ্য সিদ্ধ কৰিবলৈ বিচাৰে।
- স্বাৰ্থান্বেষীswar.than.be.xiProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself