কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰ্লোভnirlobhaNoun
লোভ নোহোবা অবস্হা; কোনো বস্ত্তৰ প্ৰতি আসক্তি নথকা ভাব; বিণ. নিৰ্লোভী।
- নিৰ্হাৰnir.harAbstract Noun
মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷
a religious, ceremonial process of burning(cremating)or burying a dead person.
- নিৰ্হৰণnir.ho.ronAbstract Noun
মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷
a religious, ceremonial process of burning(cremating)or burying a dead person.
- নিৰয়niraẏaNoun
নৰক; যেনে-"নিৰয়-নিবাৰ আবৰি নাহি হেৰহোঁ বিনে চৰণ তষু স্বামী" (বৰগীত)।
- নিৰৱচ্ছিন্নতাni.rob.sin.no.taAbstract Noun
একেৰাহে চলি থকা বিষয়ক ৷
the state of being continuous or logically related.
- নিৰৱতাni.ro.bo.taAbstract Noun
শব্দ বা কোলাহল নোহোৱা অৱস্থা।
the state or condition of devoid of sound or noise.
- নিৱাসni.baxMaterial Noun
পৰিয়ালৰ আন সদস্যৰ লগত থকা ঘৰ বা গৃহ
A dwelling place together with the family or social unit that occupies it
- নিৱেদনni.be.donAbstract Noun
কাৰোবাৰ হৈ কাম কৰা বা হাজিৰ হোৱা কাৰ্য্য।
The act of appearing or doing something on behalf of somebody else.
- নিৱেশni.bexVerbal Noun
কোনো প্ৰতিষ্ঠান বা সংস্থা আৰম্ভ বা থাপনা কৰা কাৰ্য্য
the act of establishing an organization
- নিৱেশনAbstract Noun
অধিকাৰ কৰি বাস কৰণ
rightfully occupy a space
- নীniCommon Noun
বক্তাৰ সৈতে পিতৃ-মাতৃৰ উভয়ে বা এজন উমৈহতীয়া থকা এগৰাকী বয়সত ডাঙৰ মহিলা
An <B>older</B> female having the same parents or one parent in common with the speaker.
- নীচnīcaAdjective
নিকৱষ্ট; অধম; দুষ্ট
low; vile; wicked
- নীচতাni.so.taAbstract Noun
নীচ গুণ বা স্বভাৱ যুক্ত অৱস্থা।
the state of being without estimable personal qualities.
- নীচাত্মবোধni.sat.mo.bo`dhAbstract Noun
আত্মবিশ্বাসৰ অভাৱত নিজকে আনতকৈ নিম্ন খাপৰ বুলি ভবা মনোবৃত্তি
one's feeling that one is inferior to others, due to lack self confidence
- নীচাত্মিকাni.sat.mi.kaAbstract Noun
আত্মবিশ্বাসৰ অভাৱত নিজকে আনতকৈ নিম্ন খাপৰ বুলি ভবা মনোবৃত্তি
one's feeling that one is inferior to others, due to lack self confidence
- নীচাত্মিকা বোধni.sat.mi.ka.bo’dhAbstract Noun
আত্মবিশ্বাসৰ অভাৱত নিজকে আনতকৈ নিম্ন খাপৰ বুলি ভবা মনোবৃত্তি
one's feeling that one is inferior to others, due to lack self confidence
- নীতিnītiNoun
আচাৰ-ব্যবহাৰৰ নিয়ম
custom; usage; practice
- নীতি ব্যৱস্থাni.ti byo.bos.thaAbstract Noun
নীতিকথা বা কোনটো শুদ্ধ বা অশুদ্ধ সেও সম্পৰ্কে আলোচনা কৰা দৰ্শন
The philisophy that deals with morals or questions about what is right or wrong
- নীতি শাস্ত্ৰni.ti xas.troAbstract Noun
নীতিকথা বা কোনটো শুদ্ধ বা অশুদ্ধ সেও সম্পৰ্কে আলোচনা কৰা দৰ্শন
The philisophy that deals with morals or questions about what is right or wrong
- নীতি-নিয়মni.ti-ni.yomProper Noun
কাম কৰিবৰ দিহা বা প্ৰকাৰ, যিদৰে যি কাম কৰিব লাগে, তাৰ নিয়ম ৷
the mode of doing anything.