← ফুৰি যাওক

নীতি

nīti

অৰ্থ

1.

আচাৰ-ব্যবহাৰৰ নিয়ম

custom; usage; practice

বি.

2.

সজা নিয়ম; নিজৰ বা সমাজৰ উপকাৰ হোবা কাৰ্য্য বা নিয়ম

ethics; morality

বি.

3.

কোনো কাৰ্য্য কৰাৰ নিয়ম বা ব্যবস্হা; যেনে-"অৰ্থনীতি"; "ৰাজনীতি"

principle; policy; procedure

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ