কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ব্যক্তbyaktaAdjective
প্ৰকাশ কৰা বা হোবা; বিদিত
manifest; made known
- ব্যক্তি-বাচকAdjective
কোনো মানুহক বুজোবা (শব্দ)
signifying an individual
- ব্যক্তিকৃতVerbal Adj.
মানুহৰ বৈশিষ্ট্য প্ৰদান কৰা কোনো নিৰ্জীৱ বস্তু
a non-living thing is given human characteristics
- ব্যক্তিগতbyok.ti.go.toProper Adj.
এজন মানুহৰ বা তেওঁৰ আপোন সা-সম্পত্তি
pertaining to a person and his/her private belongings etc
- ব্যক্তিগতকৃতVerbal Adj.
ব্যক্তিগত ৰুচি বা পছণ্ড অনুসৰি কোনো বস্তু বা আহিলাক গত লগাই লোৱা৷
An object setup as per personal preferences.
- ব্যক্তিবোধকAdjective
কোনো মানুহক বুজোবা (শব্দ)
signifying an individual
- ব্যক্তিসাপেক্ষProper Adj.
ব্যতিগত ধ্যান ধাৰণা, অনুভূতিৰ ওপৰত প্ৰতিস্থিত
based on or influenced by personal feelings, tastes, or opinions."his views are highly subjective"
- ব্যগ্ৰbyagraAdjective
উতলা; কোনো কাৰ্য্য কৰিবলৈ বা কোনো বস্ত্ত পাবলৈ বৰ আগ্ৰহ কৰা
eager; impatient
- ব্যঙ্গ্যbyaṅgyaAdjective
ব্যঞ্জনাৰ দ্বাৰা ব্যক্ত।
- ব্যঞ্জনান্তAdjective
ব্যঞ্জন আখৰ শেষত থকা (শব্দ)
ending in a consonant letter
- ব্যতিক্ৰমীbyo.ti.kro.miProper Adj.
আগেয়ে নেদেখা নুশুনা; সাধাৰণতকৈ বেলেগ হোৱা
Out of the ordinary; unusual or striking; differing from the normal.
- ব্যতিব্যস্তbyatibyastaAdjective
বিব্ৰত; কামৰ হেঁচাত আহৰি নোপোবা অবস্হা
perplexed state
- ব্যত্যস্তbyo.tyos.toProper Adj.
উভয়ৰে ক্ষেত্ৰত খটা কেতবোৰ বিষয়, যেনেঃ প্ৰকৃতি, গুণাগুণ, দিশ, ফলাফল বা গুৰুত্বৰ ক্ষেত্ৰত একেবাৰে নিমিলা ধৰণৰ।
contrary or radically different in some respect common to both, as in nature, qualities, direction, result, or significance.
- ব্যথিতbyo.thi.toVerbal Adj.
কোনো কথাৰ বাবে মনত বেজাৰ পোৱা।
mentally hurt due to some reasons.
- ব্যবসায়াত্মিকাbyabasāẏātmikāAdjective
দৱঢ় সংকল্প-যুক্ত; যেনে-'হৰি-ভক্তি কৰি মই তৰিবো নিশ্চয়। ব্যবসায়াত্মিকা বুদ্ধি ইয়াকে বোলয়" (মিশ্ৰ-গীতা)
persevering; determined to succeed
- ব্যবস্হাপকAdjective
ব্যবস্হা কৰা; আইন কৰা (সভা)
making law; legislative
- ব্যবহাৰ্যbyabahāryaAdjective
কাৰ্য্যত লগাবৰ উপযুক্ত
fit for use
- ব্যবহাৰ্য্যbyabahāryyaAdjective
কাৰ্য্যত লগাবৰ উপযুক্ত
fit for use
- ব্যবহৱতbyabahawataAdjective
ব্যবহাৰ কৰা; কামত লগোবা
used
- ব্যস্তbyastaAdjective
অতিশয়ৰূপে কোনো কামত নিযুক্ত
deeply engaged in work