← ফুৰি যাওক

ব্যবসায়াত্মিকা

byabasāẏātmikā

অৰ্থ

1.

দৱঢ় সংকল্প-যুক্ত; যেনে-'হৰি-ভক্তি কৰি মই তৰিবো নিশ্চয়। ব্যবসায়াত্মিকা বুদ্ধি ইয়াকে বোলয়" (মিশ্ৰ-গীতা)

persevering; determined to succeed

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ব্যবসায়াত্মিকা · অসমীয়া অভিধান