কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বোধকAdjective
বুজোবা (এটা বিশেষ্য শব্দৰ পাছত থাকে); যেনে-"কোনো ভাববোধক"
signifying
- বোধগম্যAdjective
বুজিব পৰা; বোধে ধৰিব পৰা
capable of being understood; intelligible; comprehensible
- বোধশক্তিশূন্যProper Adj.
কোনো অৰ্থ বা গুৰুত্ব নথকা৷
without meaning, significance, purpose, or value
- বোধ্যbodhyaAdjective
বোধে ধৰিব পৰা; বুজিব পৰা
intelligible
- বোন্দামাৰbo’n.da.marProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- বোন্দোৰাbondorāAdjective
কঁটীয়া; গঁঠীয়া
arrested in growth; dwarfed; stout but stunted in growth
- বোপা-কালৰbopā-kālaraAdjective
পূৰ্ব্বপুৰুষসকলৰ দিনৰ; বোপাইৰ দিনৰ
of the days of fore-fathers
- বোপাকালৰbo`.pa.ka.lorProper Adj.
এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ যাব বা বিয়পিব পৰা।
Able to be passed down genetically from one generation to another.
- বোবঁতীbobam̐tīAdjective
বৈ থকা সোঁত চলি থকা
flowing
- বোবাbobāNoun
কথা ক'ব নোবৰা লোক; অঁকৰা মানুহ
a dumb person
- বোমা-প্ৰতিৰোধীbo`.ma-pro.ti.ro`.dhiAdjective Adj.
বোমাৰ আঘাতৰ পৰা ৰক্ষা কৰিব পৰা৷
that gives protection against damages of bombs.
- বোৰোকাborokāAdjective
ওখোৰা-মোখোৰা; দোদোৰা; সৰু সৰু উঠঙা থকা
uneven; pitted (said of the face)
- বোৰোকা-মুবাAdjective; Noun
দোদোৰা মুবা
with a pitted face
- বোৰোলাborolāAdjective
বৰল আদিয়ে কামোৰা সাঁচৰ নিচিনা চকলা; বোবোৰা
blotch
- বোৰোলা-বোৰোলAdjective
বোৰোৰা-বোবোৰ।
- বোৱঁতীbo’.wo~.tiVerbal Adj.
কোনো সোঁতত গতিশীল
in motion along a slope or gradient
- বৌদ্ধboud.dhoProper Adj.
বুদ্ধ সম্পৰ্কীয়
relating to Buddha
- বৌদ্ধিকbauddhikaAdjective
বুদ্ধিমত্ত; বুদ্ধি-পুষ্ট
intellectual
- বৌধ, (পু. অ.) বৌদ্ধbaudha, (pu., a.), bauddhaNoun
বুদ্ধৰ মতত চলা মানুহ
a Buddhist
- ব্যংগাত্মকbyong.gat.mokVerbal Adj.
ব্যংগ অৰ্থাত্ কাৰোবাৰ প্ৰতি কটাক্ষযুক্ত
of or pertaining to sarcasm, i.e. cutting remarks