কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- স্নায়ৱিকsna.yo.vikProper Adj.
স্নায়ু তন্ত্ৰ সংক্ৰান্তীয়
of or pertaining to nerves
- স্নায়ৱীয়Proper Adj.
স্নায়ুতন্ত্ৰৰ সৈতে জড়িত
related to the system of nerves
- স্নিগ্ধsnigdhaAdjective
সুখজনক; মিহি; চিক্চিকীয়া আৰু পিছল
smooth; oily
- স্নেহ-পৰায়ণProper Adj.
কোনো মানুহ, পশু-পক্ষী বা বস্তুৰ প্ৰতি মৰম-চেনেহ থকা আৰু/বা প্ৰকাশ কৰা
feeling and/or showing love and affection for somebody or something
- স্নেহময়Adjective
স্নেহপূৰ্ণ; মৰমিয়াল
kind; full of affection
- স্নেহময়ীsne.ho.mo.yiProper Adj.
কোনো মানুহ, পশু-পক্ষী বা বস্তুৰ প্ৰতি মৰম-চেনেহ থকা আৰু/বা প্ৰকাশ কৰা
feeling and/or showing love and affection for somebody or something
- স্নেহান্বিতxne.han.bitProper Adj.
বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy.
- স্পন্দনহীনspon.don.hinProper Adj.
অত্যধিক অস্থিৰতা নোহোৱা বা উত্থান-পতন নোহোৱা।
without too much disturbance or ups and downs.
- স্পষ্টspaṣṭaAdjective
ফট্ফটীয়া; ভালকৈ ফুটা বা জিলিকা; ব্যক্ত; পৰিষ্কাৰ; . গোটগোট; ইটোৰ গাত সিটো নলগা; জক্মকীয়া; ভালকৈ ওলাই থকা
clear; distinct; evident ; intelligible; distinct
- স্পষ্টকৈspos.to.koiVerbal Adj.
(কোনো কথা) সম্পূৰ্ণ মুকলিকৈ, সংকোচ নকৰাকৈ (ক)
(tell) everything without hesitation or hiding anything
- স্পষ্টবাদীAdjective
সৰল বা অকপটভাবে কথা কোবা
outspoken
- স্পষ্টভাৱেVerbal Adj.
(কোনো কথা) সম্পূৰ্ণ মুকলিকৈ, সংকোচ নকৰাকৈ (ক)
(tell) everything without hesitation or hiding anything
- স্পৃশ্যspri.syoVerbal Adj.
স্পৰ্শ কৰা বা চুই চোৱাৰ যোগ্য
fit to be touched
- স্পৃষ্টspris.toVerbal Adj.
যিটো হাত বা আঙুলিৰ ছালেৰে চুই দিয়া হৈছে বা গাৰ ছালৰ সংস্পৰ্শলৈ আহিছে
came in contact with the skin (of hand, finger etc.)
- স্পৃহনীয়spri.ho.ni.yoVerbal Adj.
পোৱাৰ, বিছৰাৰ অথবা অৰ্জন কৰাৰ যোগ্য
worth having or seeking or achieving
- স্পৃহাযুক্তspri.ha.juk.toProper Adj.
ধৈৰ্য্যবিহীন হৈ কিবা জানিবলৈ বা পাবলৈ বিছৰা
impatiently wanting to know/have more of something
- স্পেনিচspa.nisProper Adj.
ইউৰোপীয় দেশ স্পেইনৰ সৈতে সম্পৰ্ক থকা
pertaining to or related to the European country of Spain
- স্পৰ্শ নিষিদ্ধxpor.xo.ni.xid.dhoProper Adj.
যাক চোৱা মনা কৰা হৈছে৷
Something that may not be touched
- স্পৰ্শকাতৰsparśakātaraAdjective
সহজে মনত লগা
sensitive; sentimental
- স্পৰ্শনীয়Adjective
স্পৱশ্য; ছুবৰ যোগ্য; ছুব লগীয়া
fit to be touched