কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বেহুচbehucaAdjective
অজ্ঞান, অচেতন
unconcious
- বেহুছbehuchaAdjective
অজ্ঞান, অচেতন
unconcious
- বেহুদাbehudāAdjective
অনাবশ্যক; অবান্তৰ।
- বেহেৰুবাbeherubāNoun
বেপাৰী
a trader
- বেহৰ-কাতিbehara-kātiAdjective
সৰিয়হৰ শুকান জাবৰ
dry mustard stalks
- বেহৰীয়াbeharīẏāAdjective
কোচবেহাৰত থকা; যেনে-"বেহৰীয়া বিষ্ণু আতা"
living in Cooch Behar
- বেয়াbeẏāAdjective
নিকৱষ্ট; নৰম
inferior in quality
- বৈকল্পিকbaikalpikaAdjective
বিকল্পে হোবা।
- বৈকুণ্ঠ-প্ৰয়াণAdjective
স্বৰ্গী হোবা; দেহ এৰা; মৰণ; যেনে-"শ্ৰীকৱষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ"
departure to heaven; death, as of God or a pious man
- বৈকুণ্ঠগামীboi.kun.tho.ga.miAbstract Noun
প্ৰাণ নোহোৱা হৈ যোৱা অৱস্থা
the state of not having life
- বৈকুণ্ঠীboi.kun.thiProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- বৈকুণ্ঠীভূতboi.kun.thi.bhutProper Adj.
জীৱন নোহোৱা অৱস্থা
in a state of not having life
- বৈচিত্ৰপূৰ্ণboi.sit.ro.pur.noProper Adj.
বিভিন্ন ধৰণৰ উপাদানেৰে গঠিত; বিসদৃশ উপাদান বা মৌল থকা।
composed of parts of different kinds; having widely dissimilar elements or constituents.
- বৈচিত্ৰময়boi.si.tro.moyProper Adj.
বিভিন্ন ধৰণৰ উপাদানেৰে গঠিত; বিসদৃশ উপাদান বা মৌল থকা।
composed of parts of different kinds; having widely dissimilar elements or constituents.
- বৈচিত্ৰহীনProper Adj.
বৈচিত্ৰ বা বিবিধতা নোহোৱা
lacking in variety
- বৈচৰAdjective
হাল বোবা বা হাল বাবৰ বয়স পোবা; দাঁতে উঠা বা পূৰ্ণ বয়স পোবা (মতা গৰু), "বয়স্যৰ" চোবাঁ।
- বৈজ্ঞানিকbaijñānikaAdjective
বিজ্ঞান সম্বন্ধীয় বা বিজ্ঞানৰপৰা পোবা
scientific
- বৈতনিকbaitanikaAdjective
য'ত বেতন দিয়া হয়।
- বৈদিকbaidikaAdjective
বেদৰ মতে চলা বা প্ৰবৰ্ত্তা
following the Vedas
- বৈদেশিকbaideśikaAdjective
বিদেশ-বিষয়ক
foreign