← ফুৰি যাওক

বৈদিক

baidika

অৰ্থ

1.

বেদৰ মতে চলা বা প্ৰবৰ্ত্তা

following the Vedas

বিণ.

2.

বেদে বিধান বা ব্যবস্হা কৰা (ধৰ্ম্ম)

laid down by the Vedas

বিণ.

3.

বেদত ব্যবহাৰ কৰা

as used in the Vedas

বিণ.

4.

বেদৰ; বেদ সম্বন্ধীয়; যেনে -"বৈদিক যুগ"

Vedic

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ