কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যেনে তেনেjene teneAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যেনেকে-পায়-তেনেকেje.ne.ke-pay-te.ne.keAdverb
কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ
Not making or based on careful distinctions.
- যেনেকৈ-পায়-তেনেকৈje.ne.koi-pay-te.ne.koiAdverb
কোনো বাচ-বিচাৰ নকৰাকৈ বা সতৰ্ক নোহোৱাকৈ
Not making or based on careful distinctions.
- যেনেকৈয়ে নহওকje.ne.koi.ye no.ho.o`kAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- যেবেyebeAdverb
যেতিয়া।
- যৈচনyaicanaAdverb
যেনেকৈ।
- যৈমানিyaimāniAdverb
যেতিয়া।
- যৈসনyaisanaAdverb
যেনেকৈ।
- যৈসানিjoi.xa.niVerbal Adj.
যি সময়ত ।
Used after an expression of time to mean ‘at which time’ or ‘on which time’.
- যো-জা কৰ্jo`.-ja korVerb-Trans.
to make something available by managing the source and logistics to bring it to the required location and time.
- যোকা-যোকেAdverb
in clusters or bunches
- যোগ কৰ্jo`g korVerb-Trans.
দুটা বা ততোধিক সংখ্যা ল’গ লগা ৷
Make an addition by combining numbers.
- যোগ দেjo’g deVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- যোগজVerbal Adj.
যোগ কৰি উৎপন্ন হোৱা বা পোৱা
characterized or produced by addition
- যোগদানjo`g.danVerbal Noun
ভাগ লোৱা বা অংশ গ্ৰহণ কৰা কাৰ্য্য৷
The act of participating or taking part.
- যোগদান কৰ্jo’gdan korVerb-Intran.
ভাগ ল বা অংশ গ্ৰহণ কৰ্ ৷
to take or have a part or share along with others
- যোগমূলকVerbal Adj.
যোগ কৰি উৎপন্ন হোৱা বা পোৱা
characterized or produced by addition
- যোগাyogāTransitive verb
সংগ্ৰহ কৰি দি; গোটাই আন্
to collect; to supply
- যোগান ধৰ্Verb
দৰকাৰী বস্ত্তৰ সংগ্ৰহ কৰ্।
- যোগাৰ কৰ্jo`.gar korVerb-Trans.
to make something available by managing the source and logistics to bring it to the required location and time.