কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মলঙ্Intransitive verb
ভেঁকুৰ্; ৰ'দ-বতাহৰ অভাবত বা পুৰণি হৈ মলিযুক্ত, দুৰ্গন্ধ বা সোবাদ নাইকিয়া হ
to be musty
- মলচmalacaTransitive verb
ঘঁহি গুচা
to rub; to wipe
- মলত্যাগ কৰ্mo.tyag korVerb-Intran.
To pass solid or semi-solid waste matter from the body
- মলমা কৰ্mo.lo.ma korVerb-Trans.
এটা ধাতুৰ ওপৰত আন ধাতুৰ পানী লগাই ঢাক্ অথবা এটা ধাতুৰ পানী আন এটা বস্তুৰ ওপৰত লগা
to cover with melted metal
- মলাmalāNoun
এবিধ বাটৰ নিচিনা, চৰুতকৈ সৰু মাটিৰ পাত্ৰ
a small earthen cup
- মলিনতাmo.li.no.taVerbal Noun
a mark or sign of disgrace, a trace of an undesirable quality or substance.
- মল্malTransitive verb
মোচৰ্; মোহাৰ্; মোহাৰি মিহলা বা সান্
to squeeze; to crush; to mix or dissolve by crushing
- মল্মলাmalmalāIntransitive verb
ভাল গোন্ধা; সুগন্ধ বাহিৰ কৰ্
to spread fragrance; to emit sweet smell
- মল্লযুদ্ধmol.lo.jud.dhoVerbal Noun
খালী হাতেৰে এজনে আন এজনক প্ৰহাৰ আৰু বগৰাই কৰা যুদ্ধ ৷
The sport/act of hand-to-hand struggle between unarmed contestants who try to throw each other down.
- মষিমূৰ কৰ্mo.xi.mur korVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- মহটিয়াmahaṭiẏāTransitive verb
ভৰিৰে মোহাৰ্; খচকি নষ্ট কৰ্
to crush by threading down; to trample
- মহলা পাত্Verb-Intran.
কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্
to plot or make plans together to do something bad or illegal
- মাইৰ্Verbal Noun
কাৰোবাক পিটা বা মৰিওৱা কাৰ্য্য।
the act of banging or striking someone.
- মাউখ পাত্ma.ukh patVerb-Intran.
লগ লাগ্ বা একত্ৰ হ
to get together or gather into one place or one unit
- মাউখ বান্ধma.ukh bandhVerb-Intran.
ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
to come together into one substance or group.
- মাউখ বান্ধ্ma.ukh bandhVerb-Intran.
লগ লাগ্ বা একত্ৰ হ
to get together or gather into one place or one unit
- মাউৰে ধৰাVerbal Adj.
মহামাৰী ৰোগত আক্ৰান্ত হোৱা
suffering from an epidemic
- মাখন সানma.khon xanVerb-Trans.
ৰুটী, পাওৰুটী ইত্যাদিত মাখন লগোৱা/সনা৷
to spread or put butter on bread, toast or roti.
- মাখ্mākhTransitive verb
সান্; মোহাৰ্
to rub
- মাগনma.gonVerbal Noun
খোজা, মগা বা ভিক্ষা কৰা কাৰ্য্য।
the act of asking someone for something as gift, favour or help.