কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কপাল ফুল্ko.pal phulVerb-Intran.
ভাল ভাগ্য আহ
to have fortune or good luck
- কপ্ কৰেkap, kareAdverb
কলপ্ কৰে।
- কব পাৰ্ko.bo pa.roVerb-Trans.
কোনো ভাষা ক’ব পৰা হোৱা৷
to have ability to speak a language
- কবহঁkabaham̐Adverb
কেতিয়াবা; যেনে-"কবহু বয়ন হেৰি হৰি হাসে" (বৰগীত)।
- কবহুkabahuAdverb
কেতিয়াবা; যেনে-"কবহু বয়ন হেৰি হৰি হাসে" (বৰগীত)।
- কবহোkabahoAdverb
কেতিয়াবা; যেনে-"কবহু বয়ন হেৰি হৰি হাসে" (বৰগীত)।
- কবেkabeVerb
কয়; উক্তি কৰে; বোলে।
- কবৰ দেko.bor deVerb-Trans.
to place (a dead body) in a grave or tomb
- কম কৰ্kom korVerb-Trans.
বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্
to ease of a burden or distress, such as pain, anxiety, or oppression.
- কম হkom hoVerb-Intran.
যিমান প্ৰয়োজন তাতকৈ সংখ্যাত বা পৰিমাণত হ্ৰাস হোৱা
to become less in numbers or quantity than what is needed or required
- কমনিয়াIntransitive verb
কমা; গা দেখা দি পানীৰ ওপৰত সাঁতুৰি ফুৰ্ (মাছ)
to swim on the surface of the water
- কমনেkamaneAdverb
কেনেকৈ
how
- কমাkamāNoun; Intransitive verb
দাঁড়ি-মূৰ খুৰা
to shave
- কমি যাko.mi jaVerb-Trans.
আকাৰ বা পৰিমাণত সৰু বা কম হোৱা
to become small or less in size or quantity
- কমেkameAdverb
কোনো নিৰ্দ্ধাৰিত পৰিমাণতকৈ কমৎ; কম হ'লে
for less than
- কম্পন হkom.pon hoVerb-Intran.
এক সাম্যাৱস্থাৰ ইফালে-সিফালে সৰলৰৈখিকভাৱে বেগাই গতি কৰ্
To rapidly move in linear motion (of a particle or of an elastic solid) about an equilibrium position
- কম্প্kompVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side
- কম্প্ৰkom.proVerb-Trans.
কিহবাক এফালৰ পৰা আনফাললৈ খৰকৈ গতি কৰোৱা
to move sth rapidly from side to side
- কলংকko.long.koAbstract Noun
লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।
extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act.
- কলকলাkol.ko.laVerb-Intran.
to utter sounds or words imperfectly, indistinctly, or without meaning, meaningless sounds produced by a child in its initial days of language acquisition