কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অজানিতেo.ja.ni.teAdverb
গম নোপোৱাকৈ|
Without prior knowledge or intention.
- অজু কৰ্o.ju korVerb-Intran.
নামাজৰ আগেয়ে হাত-মুখ ধো
to cleanse with water or other liquid, especially as a religious ritual
- অজ্ঞাতসাৰেAdverb
অজ্ঞাতভাবে; অজ্ঞাতে; নজনাকৈ; সাৰ বা গম নোপোবাকৈ
imperceptibly
- অজ্ঞাতেo.gya.teAdverb
গম নোপোৱাকৈ|
Without prior knowledge or intention.
- অটহিয়াaṭahiẏāIntransitive verb
আটাহ পাৰ্; চিঞৰ্
to call aloud; to speak aloud
- অটুটকৈo.tut.koiAdverb
Done or implemented the whole of a job.
- অট্টনাদot.to.nadVerbal Noun
অতি ডাঙৰ উৎকট ধ্বনি।
A sudden and very loud sound.
- অট্টহাসot.to.haxVerbal Noun
উচ্চ শব্দ কৰি ডাঙৰকৈ মৰা হাঁহি ৷
a loud, unrestrained burst of laughter.
- অট্টৰৱot.to.ro.woVerbal Noun
অতি ডাঙৰ উৎকট ধ্বনি।
A sudden and very loud sound.
- অণ্ঠে-কণ্ঠেAdverb
ওঁঠৰপৰা ডিঙিলৈকে; ওঁঠে-ডিঙিয়ে।
- অতঃপৰataḥparaAdverb
ইয়াৰ পাছত
after this
- অতপাকৈo.to.pa.koiAdverb
অধিক পৰিমাণে থকা বা কিবা উপাৰ্জন কৰা৷
in large number or quantity.
- অতস্পৰatasparaAdverb
ইয়াতকৈ; ইয়াৰ বাহিৰে; ইয়াৰ পাহত
then; besides; after this
- অতিotiAdverb
স্বাভাৱিকতকৈ বেছি।
more than the normal.
- অতি-টানেati-ṭāneAdverb
অতি কষ্টেৰে; টানি-মানি; কোনো প্ৰকাৰে
somehow; with difficulty; at most
- অতিকৈo.ti.koiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- অতিক্ৰম কৰ্o.ti.krom korVerb-Trans.
কোনো বস্তুৰ এফালৰ পৰা সিফাললৈ যোৱা
to move over an object from one edge to another
- অতিক্ৰান্তo.ti.kran.toVerbal Adj.
অতিক্ৰম কৰি গৈছে এনেভাৱ ।
passed away, whiled away
- অতিচাৰকৈo.ti.sar.koiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- অতিপাতকৈo.ti.pat.koiAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed