কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হলিৰামProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- হলীho.liProper Noun
শ্ৰীকৃষ্ণৰ জেষ্ঠ ককায়েক বলৰাম হৈছে বিষ্ণুৰ অষ্টম অৱতাৰ৷
the elder brother of Sri Krishna, Balram is the eighth incarnation of Lord Vishnuis.
- হলৌhalauNoun
এবিধ নেজ নথকা আৰু দীঘল হাত থকা বান্দৰ জাতিৰ জন্ত্ত
a variety of ape; the gibbon
- হলৌ চোলাhalau, colāNoun
ডিঙিৰপৰা ভৰিলৈকে পৰা দীঘল চোলা
a long coat; a gown
- হলৌ বান্দৰho.lou ban.dorCommon Noun
ভাৰতীয় উপমহাদেশত পোৱা একমাত্ৰ ’এপ’(গিবন জাতীয়) বা মানুহৰ ওচৰ সম্পৰ্কীয় বান্দৰগোত্ৰীয় প্ৰজাতি | এটা পূৰ্ণাঙ্গ হলৌ বান্দৰ ৬ - ৯ কিলোগ্ৰাম ওজনৰ আৰু ৬০-৯০ ছেমি ওখ হয় | মতা আৰু মাইকী হলৌ বান্দৰৰ দেহৰ বৰণ সামান্য পৃথক হয় | মতাবিলাকৰ ক`লা আৰু বগা পটী থাকে | মাইকীবিলাকৰ মুখৰ চাৰিওফালে নোমেৰে মুখা আকৃতিৰ অবয়ৱ গঠন কৰে | ইহঁতৰ প্ৰধান খাদ্য: ফল-মূল, গছৰ পাত, পোক আদি |
The hoolock gibbons (Hoolock), is the only ape found in the Indian sub continent.This is primate species from the family of the gibbons (Hylobatidae).Hoolocks are the second largest of the gibbons, after the Siamang. They reach a size of 60 to 90 cm and weigh 6 to 9 kg. The genders are about the same size, but they differ considerably in coloration: males are black colored with remarkable white brows, while females have a grey-brown fur, which is darker at the chest and neck. White rings around the eyes and around the mouth give their face a mask-like appearance.The range of the hoolocks is the most northwestern of all the gibbons, extending from Assam in North-East India, to Myanmar. Small populations (in each case few hundred animals) live also in the eastern Bangladesh and in southwest China. Like the other gibbons, they are diurnal and arboreal, brachiating through the trees with their long arms. They live together in monogamous pairs, which stake out a territory. Their calls serve to locate family members and ward off other gibbons from their territory. Their diet consists mainly of fruits, insects and leaves.
- হসন্তho.son.toAbstract Noun
অসমীয়া ব্যাকৰণৰ এটি চিহ্ন
Name of a symbol in Assamese language grammar used to denote the letter whose pronunciation does not contain 'O' [Manjit- Can be better ]
- হস্তhastaNoun
কিলাকুটিৰপৰা আঙুলিৰ মূৰলৈকে বাহুৰ আগ ভাগ; হাত
the hand
- হস্ত সঞ্চালনhos.to xon.sa.lonAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- হস্ত-শ্ৰমhos.to-sromVerbal Noun
অৰ্থাৎ বৈদ্যুতিক বা বৈদ্যুতিন উপায়ৰ সলনি হাতৰ পৰিশ্ৰমেৰে কৰা বা সাধন কৰা (কোনো কাম)
(something) done, operated, worked, etc., by the hand or hands rather than by an electrical or electronic device
- হস্তকhos.tokMaterial Noun
মানুহ আৰু বানৰ প্ৰজাতিৰ দেহৰ আগফালে বাহুৰ আগলৈ থকা, খাদ্য আহৰণৰ বাবে ব্যৱহাৰ কৰা অঙ্গ
the terminal, prehensile part of the upper limb in humans and other primates, consisting of the wrist, metacarpal area, fingers, and thumb.
- হস্তক্ষেপNoun
কোনো কামত যোগদান দিয়া (সাধাৰণতঃ বিনা অধিকাৰে)।
- হস্তগতNoun
হাতলৈ যোবা বা হাতত পৰা; অধিকাৰলৈ অহা
come under possession
- হস্ততাঁতhos.to.ta~tMaterial Noun
হাতেৰে কাপোৰ বোৱা সঁজুলি।
A manual machine or apparatus for weaving fabric. Usually, a frame for interlacing at right angles two or more sets of threads or yarns to form a cloth.
- হস্তমুদ্ৰাhos.to.mud.raAbstract Noun
ভাৱ বা বস্তু বুজোৱা, নৃত্যত ব্যৱহাৰ কৰা সংকেত।
symbolical position of bodily organs during a dance.
- হস্তমৈথুনhos.to.moi.thunAbstract Noun
the stimulation or manipulation of one's own genitals, esp. to orgasm; sexual self-gratification.
- হস্তলিপিhos.to.li.piAbstract Noun
কলম, পেঞ্চিল আদিৰে হাতেৰে লিখা গদ্য/পদ্য
texts written by hand using a writing device
- হস্তলিপি শিল্পীCommon Noun
অক্ষৰ কলাত পাকৈত ব্যক্তি
a person who is skilled in calligraphy
- হস্তশিল্পhos.to.xil.poAbstract Noun
নিজৰ হাতৰ সহায়েৰে বাঁহ-বেঁত আদিৰে তৈয়াৰ কৰা কোনো শিল্পকৰ্ম৷
A craft or occupation requiring skilled use of the hands.
- হস্তাhastāNoun
ত্ৰয়োদশ অধিকাৰৰ বা হাতৰ বস্ত্ত আন এজনক দিয়া কাৰ্য্য
transfeece of one's possession to another
- হস্তাক্ষৰhastākṣaraNoun
হস্তলিপি; হাতৰ আখৰ
handwriting