কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শান্তি-কৰ্ম্মীAdjective
আপদ বা দুখ গুচাবলৈ দেবতাৰ পূজা কৰা (বামুণ)
conducting a propitiatory rite
- শান্তিকামীxan.ti.ka.miProper Adj.
যি শান্তি বিছাৰে বা ভাল পায়
inclined or disposed to peace
- শান্তিপূৰ্ণxan.ti.pur.noProper Adj.
হাই-কাজিয়া, যুঁজ-বাগৰৰ আদিৰ পৰা মুক্ত আৰু নিৰিবিলি পৰিৱেশ ৷
Not disturbed by strife or turmoil or war.
- শান্তিপ্ৰিয়xan.ti.pri.yoProper Adj.
যি শান্তি বিছাৰে বা ভাল পায়
inclined or disposed to peace
- শান্তিময়xan.ti.moyProper Adj.
লৰচৰ বা শব্দ নকৰা
Devoid of noise or movement
- শান্তীśāntīNoun
সতী তিৰোতা
a chaste woman
- শাপগ্ৰস্তxap.gros.toProper Adj.
যি শাও পাইছে ৷
under the influence of the ill effects of a curse.
- শাপভ্ৰষ্টxa.po.bhros.toVerbal Adj.
শাপৰ ফলত ভ্ৰষ্ট বা নষ্ট হোৱা, অথবা শাও লাগি হীন অৱস্থাত পৰা বা হীন জন্ম লোৱা
fallen from a high position in consequence of a curse
- শাপযুক্তAdjective
শাপৰ ফলৰপৰা উদ্ধাৰ পোবা; শাপৰ হাত সৰা; . b >শাপভ্ৰষ্ট/b> বিণ. শাপৰ গতিকে ভ্ৰষ্ট বা নষ্ট হোবা; শাও লাগি হীন অবস্হাত পৰা বা হীন জন্ম লোবা
freed from the effects of a curse ; fallen from a high position in consequence of a curse
- শাপিতxa.pi.toProper Adj.
যি শাও পাইছে ৷
under the influence of the ill effects of a curse.
- শাব্দিকxab.dikProper Adj.
কাণেৰে শুনিব পৰা শব্দ সম্বন্ধীয় ৷
Relating to audible sound.
- শাব্দিক্śābdikNoun
শব্দৰ মূল, অৰ্থ, লিঙ্গ আদি জনা লোক
an etymologist
- শাব্দ্যxab.dyoAdjective Adj.
related to word, spellings and their meanings
- শামśāmaAdjective
উপশম; কম পৰা; হ্ৰাস হোবা
abated, as a disease
- শাম্যśāmyaAdjective
শাম কটা; পাতল হোবা; উপশম হোবা (নৰিয়া বা দুখ)
abated or diminished, as a disease or pain
- শাল পৰাśāla, parāAdjective
শাল বা জোং কৰিবৰ উপযুক্ত; পৈণত হোবা; বুঢ়া (বাঁহ)
mature
- শাল-চকুবাśāla-cakubāAdjective
শাল মাছৰ দৰে চকু থকা, চোকা দৱষ্টিৰ; বেগতে দেখা
keen-sighted
- শাল-চকুৱাxal-so.ku.waProper Adj.
মানসিক ভাৱে ক্ষীপ্ৰ আৰু কৌশলী৷
Possessing quickness of intellect, skill, dexterity
- শালত কটা, শালে-কটাśālata, kaṭā, śāle-kaṭāAdjective
পোনেই তাঁত-শালৰপৰা কাটি উলিওবা (কাপোৰ); একেবাৰে নতুন
fresh from the loom; quite new
- শালপ্ৰাংশুxa.lo.prang.suProper Adj.
ওপৰৰ স্থানত থকা।
in an elevated location or position.