← ফুৰি যাওক

শাপযুক্ত

অৰ্থ

1.

শাপৰ ফলৰপৰা উদ্ধাৰ পোবা; শাপৰ হাত সৰা; . b >শাপভ্ৰষ্ট/b> বিণ. শাপৰ গতিকে ভ্ৰষ্ট বা নষ্ট হোবা; শাও লাগি হীন অবস্হাত পৰা বা হীন জন্ম লোবা

freed from the effects of a curse ; fallen from a high position in consequence of a curse

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

শাপযুক্ত · অসমীয়া অভিধান