কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যুদ্ধপ্ৰিয়Proper Adj.
ৰণ কৰি ভাল পোৱা
one who loves war
- যুদ্ধবাজjud.dho.bajProper Adj.
ৰণ কৰিবলৈ ভাল পোৱা
Aggressive and wanting to fight.
- যুদ্ধসদৃশjud.dho.xo.drixProper Adj.
যুদ্ধৰ নিচিনা এক পৰিৱেশ বা অৱস্থা
a situation similar to war
- যুদ্ধোত্তৰjud.dho~t.torProper Adj.
pertaining to a period after a war
- যুদ্ধৰতjud.dho.ro.toVerbal Adj.
যুদ্ধ কৰি থকা
egnaged in a fight or war
- যুধ্যমানProper Adj.
যি সংগ্ৰাম কৰে
one who struggles
- যুবাyubāNoun
ডেকা মানুহ
a young man
- যুযুৎসুyuyutsuAdjective
যুদ্ধ কৰিবলৈ ইচ্ছুক
- যুৰীয়াyurīẏāAdjective
যোৰ পাতি থকা; . বয়সত সমান; যেনে-"হৰি ৰামৰ যুৰীয়া"
consisting of a couple or pair ; equal in age
- যুৰীয়া উপাধিৰju.ri.ya u.pa.dhirAdjective Adj.
দুটা উপাধি থকা, যেনেঃ শৰ্মা-পাঠক,৷দুয়োটা উপাধিক কেতিয়াবা "-"চিনেৰে সংযোগ কৰা হয়৷
of a family name having two parts, sometimes joined by a hyphen e.g. Day-Lewis.
- যুৱজিৎProper Adj.
অসামান্য ৰাজনৈতিক প্ৰভাৱ থকা
having significant political influence
- যুৱাju.waProper Adj.
জীৱন বা বিকাশৰ প্ৰথম অথবা আদি স্তৰ
being in the first or early stage of life or growth
- যেনyenaAdjective
তুল্য; নিচিনা; সদৱশ
like
- যেন তেনyena, tenaAdjective
কোনো এক প্ৰকাৰৰ; কোনো এক ৰকমৰ; বৰ ভাল নোহোবা, বৰ বেয়াত নোহোবা
indifferent; tolerable; neither good nor bad
- যেনুবাyenubāAdjective
যেনে বা যেনেকুবা।
- যেনেyeneAdjective
যি প্ৰকাৰৰ; যি ৰকমৰ; যি বিধৰ
of which sort
- যেনেকুবাyenekubāAdjective
যি প্ৰকাৰৰ; যি ৰকমৰ; যি বিধৰ
of which sort
- যেহিyehiAdjective
যি।
- যৈসানিjoi.xa.niVerbal Adj.
যি সময়ত ।
Used after an expression of time to mean ‘at which time’ or ‘on which time’.
- যোগ-বিয়োগProper Adj.
প্ৰকৃত পৰিমাণতকৈ অলপ বেচি বা কম ৷
Imprecise quantities, but fairly close to correct.