কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন্ধুত্বপূৰ্ণbon.dhu.two.pur.noProper Adj.
বন্ধুৰ সৈতে থকা আত্মীয়তা
characteristic of or befitting a friend.
- বন্ধুত্বসুলভbon.dhu.two.xu.lobhProper Adj.
বন্ধুৰ সৈতে থকা আত্মীয়তা
characteristic of or befitting a friend.
- বন্ধুৰbandhuraAdjective
অসমান; ওখোৰা-মোখোৰা
uneven
- বন্ধুৱা শ্ৰমিকbon.dhu.wa sro.mikProper Adj.
A form of slavery where a person is forced to work as labour in lieu of loan taken by him or his forefathers
- বন্ধ্যাbandhyāNoun
বাঁজী তিৰী
a barren woman
- বন্যbanyaAdjective
বনৰীয়া
wild
- বন্যাক্ৰান্তbo.nya.kran.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- বন্যাৰ্তbo.nyar.toProper Adj.
বানপানীৰ ফলত যাৰ ঘৰ-বাৰী নষ্ট হৈছে।
Someone who has been effected by flood.
- ববায়বProper Adj.
অক্সিজেনৰ উপস্থিতি অপৰিহাৰ্য হোৱা জীৱন আৰু প্ৰক্ৰিয়া সমূহ
life and processes in which the process of oxygen is essential.
- বম-ভোলাbom-bho’.laProper Adj.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
- বমভোলাbamabholāAdjective
ভল্ভলীয়া; পেটত কথা নথকা
frank
- বলক্ষbo.lo.khyoProper Adj.
দৃশ্যমান তৰঙ্গ দৈৰ্ঘ্যৰ সকলো ৰঙকে প্ৰতিফলিত কৰা বস্তুৰ বৰণ; ক’লা ৰঙৰ পৰিপূৰক বা বিপৰীত
the color of objects that reflect nearly all light of all visible wavelengths; the complement or antagonist of black, the other extreme of the neutral gray series. Although typically a response to maximum stimulation of the retina, the perception of white appears always to depend on contrast.
- বলধাNoun
বলদ গৰু
a bullock
- বলবৎbalabatAdjective
দৱঢ়; অলৰ
firm; unshaken
- বলশালীbol.xa.liProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- বলশূন্যbol.xu.nyoProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- বলহীনbol.hinProper Adj.
বেমাৰৰ কাৰণে বা খাদ্যৰ অভাৱত অস্বাভাৱিকভাৱে ক্ষীণ হোৱা ৷
Abnormally thin or weak, especially because of illness or a lack of food.
- বলিতbalitaAdjective
কুন্দি বা সাঁচত ঢালি কৰাৰ দৰে পুষ্ট গোটা ঘূৰণীয়া
well-shaped as if in a lathe or mould
- বলিষ্ঠbaliṣṭhaAdjective
বলী; আটাইতকৈ বলী।
- বলিষ্ঠAdjective
অতিশয় বলী
strongest