বলধা
অৰ্থ
1.
বলদ গৰু
a bullock
বি.
2.
অণ্ডকোষ ডাঙৰ হোবা এবিধ ৰোগ
hydrocele
বি.
3.
অণ্ডকোষ ডাঙৰ হোবা; . বি. বলধি বিদেশী ডাঙৰ বলদ
affected with hydrocele ; an up-country bullock
বিণ.
4.
বলধি জাতৰ
of the same breed as that of an up-country bullock
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ