কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাদিৰna.dirProper Adj.
যিটো পাবলৈ টান তেনে কোনো সম্পদ |
Not widely known; especially valued for its uncommonness.
- নানবানীnānabānīAdjective
চেলবেলাই ফুৰা (স্ত্ৰী.)
babbling
- নানাnānāAdjective
অনেক; বহু ৰকমৰ; ভিন ভিন
various; diverse
- নানা-বৰণীয়াna.na-bo.ro.ni.yaProper Adj.
কেইবাটাও ৰং মিহলি থকা, বা মিহলি বৰণৰ।
bearing a mixed colour.
- নানাতৰহna.na.to.rohProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- নানানnānānaAdjective
অনেক; বহু ৰকমৰ; ভিন ভিন
various; diverse
- নানাপ্ৰকাৰna.na.pro.karProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- নানাবিধna.na.bidhProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- নানাৰকমna.na.ro.komProper Adj.
বহু প্ৰকাৰৰ গুণ-বিশিষ্ট
having differing characteristics
- নান্দনিকnan.do.nikVerbal Adj.
সৌন্দৰ্য্য-চেতনাৰ সৈতে জৰিত
pertaining to the sense of beauty
- নান্নং-নবস্ত্ৰংnānnam-nabastramAdjective
ভাত-কাপোৰ নথকা; খাব- পিন্ধিবলৈ নথকা; অতি দুখীয়া
very poor; destitute of the mere necessities of life
- নাপাহৰাna.pa.ho.raVerbal Adj.
যাক পাহৰি যোৱা হোৱা নাই
which has not been omitted from memory
- নাবিকnābikaNoun
নাও বা জাহাজ চলাওঁতা
a boatman; a sailor
- নাব্যna.byoProper Adj.
নাও অথবা জাহাজ বাবৰ যোগ্য জলভাগ |
Able to be sailed on or through safely.
- নাভূত-নাশ্ৰুতnābhūta-nāśrutaAdjective
নাশ্ৰুত-নাভূত; নোহোবা-নোপজা।
- নামnāmaNoun
চাপৰ বা তলভাগ; অধঃ
the lower part; bottom
- নাম কৰাAdjective
প্ৰখ্যাত।
- নাম লোপ হnam lo`p hoVerbal Adj.
বংশ নিৰ্ম্মূল হোৱা অৰ্থাত্ বংশৰ সকলো মৰি শেষ হোৱা৷
to be entirely extinct by death of all in a family.
- নাম-নাচnāma-nācaAdjective
আনতকৈ অলপ কম বা সৰু
smaller; lesser
- নামজলাnam.jo.laProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed