← ফুৰি যাওক

গধূলি-গোপাল

gadhūli-gopāla

অৰ্থ

1.

টুবুকা-টুবুক পাতেৰে আৰু সৰু গছেৰে এবিধ গধূলি ফুলা ফুল [বগা, ৰঙা আৰু হালধীয়া ফুলেৰে ইয়াৰ তিনিটা উপজাতি আছে।]

a kind of flower

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গধূলি-গোপাল · অসমীয়া অভিধান