← ফুৰি যাওক

গধূলিকা

gadhūlikā

অৰ্থ

1.

গধুলি; যেনে-"গধূলিকা বেলা শ্ৰী দেখিলা লঙ্কাৰ" (মা. ক. সুন্দৰাকাণ্ড)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ